কলিয়াবৰীয়া ৰাইজৰ বাবে ভাল খৱৰ।অহা ১৫ছেপ্টেম্বৰত নৱ নির্মিত কলিয়াবৰ মহকুমা চিকিৎসালয়খন শুভ উদ্বোধন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।এইকথা সংবাদ মেল যোগে প্ৰকাশ কৰিলে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।অহা ১৫ ছেপ্টেম্বৰ তাৰিখে মুকলি কৰা হব জখলাবন্ধা চিকিৎসালয় চৌহদত নৱ নিৰ্মিত কলিয়াবৰ মহকুমা চিকিৎসালয়খন। উদ্বোধনৰ পূৰ্বে চিকিৎসালয় খন পৰিদৰ্শন কৰাৰ লগতে জখলাবন্ধা চিকিৎসালয়ৰ চিকিৎসক সকলৰ লগতো মত বিনিময় কৰে। নৱ নির্মিত চিকিৎসালয় খনত আলট্ৰাচাউণ্ড, চিটি স্কেন ৰ লগতে ব্লাড বেংকো উপলব্ধ হব বুলি জানিব দিছে স্বাস্থ্য মন্ত্রী গৰাকীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
পৰ্যটকৰ বাবে দেওবাৰৰ পৰা মুকলি হ’ল বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
পৰ্যটকৰ বাবে দেওবাৰৰ পৰা মুকলি হ’ল বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। পুৱা...
સંજેલી ચાલી ફળિયામાં ચાર માસથી ગટર સાઈટની કામગીરી પૂર્ણ ન થતા વરસાદી પાણી ભરાતા રોગચાળાનો લોકોમાં ભય ફેલાયો.
સંજેલી તાલુકાના પોસ્ટ ઓફિસ ફળિયું , વચલુ ફળિયું , પ્રજાપતિ ફળિયો અને તાલુકા પંચાયતથી સંતરામપુર...
હોળી સળગાવતા થયો ચમત્કાર હોળી,હોળી ભજન,હોળી ઉપાય,હોળી 2023 હોળી,હોળી ની
હોળી સળગાવતા થયો ચમત્કાર હોળી,હોળી ભજન,હોળી ઉપાય,હોળી 2023 હોળી,હોળી ની
ড্ৰাগছ সৰবৰাহকাৰী আটক
লক্ষীমপুৰত শুক্ৰবাৰে বিয়লি আটক ড্ৰাগছ সৰবৰাহকাৰী | চিলনীবাৰী আৰক্ষী চকীৰ আৰক্ষীয়ে আটক কৰে...
तीसरी बार एनडीए की सत्ता में वापसी की जानिए ये बड़ी वजह
लोकसभा चुनाव खत्म होने के बाद एग्जिट पोल के नतीजों में एनडीए एक बार फिर से सत्ता में वापसी करती...