মৈৰাবাৰীৰ ভজাইখাইতি আৰু মোৱামাৰীত অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন মৰিগাঁৱৰ উপায়ুক্ত দেৱাশীষ শৰ্মাৰ।মঙ্গলবাৰে খহনীয়াগ্ৰস্ত অঞ্চলটোত নৱ নিযুক্ত উপায়ুক্ত গৰাকী উপস্থিত হৈ পৰিস্থিতি বুজ লয়।উপায়ুক্ত গৰাকীৰ সৈতে উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত গৰ্গমোহন দাস,জলসম্পদ বিভাগৰ মৰিগাঁঁৱৰ কাৰ্যবাহী অভিযন্তা লোচন কুমাৰ চৌধুৰীকে ধৰি বিভাগটোৰ অভিযন্তা-কৰ্মচাৰী সকল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
WPL 2023 Eliminator Pitch Report & Weather: MI vs UP मैच में पिच से किसे मिलेगी मदद? कैसा है मुंबई का मौसम?
मुंबई इंडियंस और यूपी वॉरियर्स के बीच आज मुंबई के डीवाय पाटिल स्टेडियम पर महिला प्रीमियर लीग...
Security Tight in Parliament: संसद सुरक्षा चूक के बाद परिसर की टाइट हुई सिक्योरिटी, गहन जांच के बाद मिल रही प्रवेश की इजाजत
नई दिल्ली। संसद सुरक्षा उल्लंघन के एक दिन बाद कई कड़े कदम उठाए जा रहे हैं। गुरुवार को संसद...
গুৱাহাটী কলাক্ষেত্ৰত মাজুলীৰ মুখা শিল্প পদৰ্শন
গুৱাহাটী কলাক্ষেত্ৰত এক বিশেষ অনুষ্ঠানত মাজুলীৰ চামগুৰি সত্ৰৰ সংগীত কলা কেন্দ্ৰৰ শিল্পী সকলে মুখা...
સોજીત્રાના કાસોર ગામે કંકુથી લખાણ લખવા બાબતે મારામારી 4ને ઈજા
સોજીત્રા તાલુકાના કાસોર ગામે આવેલ ખારકુવા વિસ્તારમાં સવારના સુમારે ભેંસો બાંધવાના છાપરા...
সোণাৰিৰ বৰহাটত ধুমুহাত বিধ্বস্ত ঘৰ পৰিদৰ্শন বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ
সোণাৰিৰ বৰহাটত ধুমুহাত বিধ্বস্ত ঘৰ পৰিদৰ্শন কৰিলে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।
সোণাৰি বিধানসভা...