৬ ছেপ্টেম্বৰ২০২২- ১ ছেপ্টেম্বৰৰ পৰা ৪ ছেপ্টেম্বৰলৈ বিহাৰৰ পাতলীপুত্ৰত অনুষ্ঠিত হোৱা ৪৮ সংখ্যক ছোৱালীৰ জুনিয়ৰ নেচনেল কাবাদী  খেলত  অসম কাবাদী দলৰ হৈ অংশগ্ৰহণ কৰি উভটি অহা চৰাইদেউ জিলাৰ সাপেখাতীৰ সুস্মিতা বড়া আৰু লক্ষ্মী নেৱাৰক আজি ৰেল ষ্টেচনত চৰাইদেউ কাবাদী দলে সম্বৰ্ধনা জনায়।