পাহাৰীয়া নদীৰ ঢলে উটুৱাই নিলে নগাঁও-কাৰ্বি আংলং জিলাৰ সীমান্তবৰ্তী ৰংমংৱে অঞ্চলৰ একমাত্ৰ ওলোমা দলংখন। ফলত যাতায়তৰ ক্ষেত্ৰত ব্যাপক অসুবিধাৰ সন্মুখীণ হ'ব লগা হৈছে পাহাৰীয়া অঞ্চলটোৰ ৭খনকৈ গাঁৱৰ পাঁচ শতাধিক বাসিন্দাৰ। দলংখন নদীৰ ঢলে উটুৱাই নিয়াৰ পিছত এনেদৰেই কোবাল সোঁতৰ মাজৰে খোজ কাঢ়ি পাৰাপাৰ হ'ব লগা হৈছে অঞ্চলটোৰ ৰাইজ। নদীৰ পানীৰ মাজেৰেই পাৰ কৰিব লগা হৈছে চাইকেল, বাইক আদিও। উল্লেখ্য যে, কাৰ্বি আংলং জিলাৰ অতিকে পিছপৰা ৰংমংৱে চিলিম ইংতি আৰু লুংচে তিমুং গাঁৱৰ মাজত দেওপানী নদীৰ ওপৰত ২০০৮ চনতে সেই সময়ৰ কাৰ্যবাহী সদস্য ভূৱন চন্দ্ৰ তেৰাঙে নিৰ্মাণ কৰাইছিল এই লোৰ ওলোমা দলংখন। ডিফু লোকসভা সমষ্টি আৰু হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ৭খন গাঁৱৰ ৰাইজক সামৰি লৈছিল এই দলংখনে। কিন্তু এসপ্তাহ পূৰ্বে নদীৰ ঢলে উটুৱাই নিয়ে এই দলংখন। ফলত যাতায়তৰ ব্যাপক অসুবিধাৰ সন্মুখীণ হ'ব লগা হৈছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ। এনেদৰেই পানী ভাঙি কৰিব লগা হৈছে যাতায়ত। উল্লেখ্য যে, এই ওলোমা দলংখনৰ দুৰৱস্থা সন্দৰ্ভত বিস্তৃত বাতৰি সম্প্ৰচাৰিত হৈছিল সংবাদ মাধ্যমত। কিন্তু আজিলৈকে কোনোধৰণৰ মেৰামতি নহ'ল জৰাজীৰ্ণ দলংখনৰ। অৱশেষত দেওপানী নদীৰ কোবাল সোঁতত উটি গ'ল ওলোমা দলংখন।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સુરેન્દ્રનગર જિલ્લાનાં શહેરી વિસ્તારમાં હોમગાર્ડના જવાનો માટે યોગ શિબિર યોજાઈ
ગાંધી જયંતિ નિમિત્તે દેશભરમાં "સ્વચ્છતા દિવસ" ઉજવાયો ત્યારે, સુરેન્દ્રનગર જિલ્લાનાં શહેરી...
દેશની નિકાસમાં થોડો વધારો થયો છે, પરંતુ વેપાર ખાધ બમણો વધારો થયો છે
ઓગસ્ટ મહિનામાં ભારતની નિકાસમાં નજીવો વધારો નોંધાયો છે. આ મહિનામાં નિકાસ 1.62% વધીને $33.92 બિલિયન...
2027 तक पिघल जाएगी आर्कटिक की सारी बर्फ, बचाने को करनी होगी कठोर कार्रवाई; वैज्ञानिकों ने किया अलर्ट
नई दिल्ली। सफेद बर्फ के लिए मशहूर आर्कटिक महासागर में अगर बर्फ ही नहीं होगी तो सोचो वहां का...
ज्यादा नींद आना भी हो सकता है खतरनाक, इन विटामिन्स की कमी की ओर करता है इशारा
क्या रात को पूरी नींद लेने के बाद भी आपको ऐसा महसूस होता है कि आप बेहद थके हुए हैं या और नींद...
સાણથલી મંદીર પાસે દેશી દારૂ 18 લીટર સાથે મહીલા ઝડપી લીધી
સાણથલી મંદીર પાસે દેશી દારૂ 18 લીટર સાથે મહીલા ઝડપી લીધી