পূৰ্বাঞ্চল মধ্য ইংৰাজী বিদ্যালয়টো শিক্ষক দিৱস উদযাপন।

পূৰ্বাঞ্চল মধ্য ইংৰাজী বিদ্যালয়টো শিক্ষক দিৱস উদযাপন ।

বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে শিক্ষাগুৰুসকলক অতি শ্ৰদ্ধা আৰু সন্মানেৰে সম্বৰ্ধনা জনোৱাৰ লগতে আশীষ গ্ৰহণ কৰে।

অতি উলহ মালহেৰে ৫ ছেপ্টেম্বৰৰ দিনা শিক্ষক দিৱস উদযাপন কৰে পূৰ্বাঞ্চল মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক সকলে ।

নৃত্য গীত মাতেৰে এক উৎসৱ মুখৰ পৰিৱেশৰ মাজত শিক্ষক দিৱস উদযাপন কৰে।