দৰং জিলাৰ উপায়ুক্ত সন্মানীয় প্ৰণৱ কুমাৰ শৰ্মা মহোদয় ভেদামাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হজৰত আলী দেৱক জিলা কৃতি শিক্ষক বটা আৰু সম্বৰ্দ্ধনা পত্ৰ প্ৰদান কৰেস হকাৰী আয়ুক্ত দৰং জিলা তথা বিদ্যালয় সমুহৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক মাননিয়া ৰিণি হাজৰিকা মহোদয়াই উপস্থিত থাকে