পাথৰিঘাট শাখা সাহিত্য সভাই ৬১ সংখ্যক শিক্ষক দিৱসৰ লগত সংগতি ৰাখি ঐতিহাসিক পাথৰিঘাটৰ ছয়গৰাকীকৈ অৱসৰী শিক্ষকক সম্বৰ্দ্ধনা জ্ঞাপন কৰে । পাথৰিঘাট শাখা সাহিত্য সভাৰ সম্পাদক কণআলি হাজৰিকাৰ নেতৃত্বত যোৱা এটি প্ৰতিনিধিৰ দলে পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কুলেন্দ্ৰ নাথ ডেকা, পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ চফিকুৰ ৰহমান, অৱসৰপ্ৰাপ্ত শিক্ষক জানিৰাম ডেকা, হাদিচ আলি, চমছুদ্দিন আহমেদ আৰু মানিক চন্দ্ৰ ডেকাৰ বাসগৃহলৈ গৈ ফুলাম গামোচা, মানপত্ৰ, গ্ৰন্থ আৰু কলমেৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પીએમ મોદીની ગુજરાતને ભેટ
#buletinindia #gujarat #gandhinagar #pmmodi
જસદણ તાલુકામાં પાક નુકસાનિનો સર્વે શરૂ કરાયો,ગ્રામ સેવકો દ્વારા પ્રાથમિક સર્વે શરૂ કરાયો,
જસદણ તાલુકામાં પાક નુકસાનિનો સર્વે શરૂ કરાયો,ગ્રામ સેવકો દ્વારા પ્રાથમિક સર્વે શરૂ કરાયો,
Maharashtra Political Crisis Update: उद्धव के वार पर अब शिंदे सरकार का पलटवार |Maharashtra | Hindi
Maharashtra Political Crisis Update: उद्धव के वार पर अब शिंदे सरकार का पलटवार |Maharashtra | Hindi
અર્બન હોર્ટિકલ્ચર તાલીમ યોજાઈ
નાયબ બાગાયત નિયામક શ્રી ની કચેરી દ્વારા અર્બન હોર્ટિકલ્ચર તાલીમ રાખેલ.જેમાં બાગાયત નિયામક કચેરીના...