দেওমৰনৈৰ সমীপৰ পাতিদৰং প্ৰাথমিক বিদ্যালয়ত সভা এখন অনুষ্ঠিত হয় । ইতিপূৰ্বে বন্ধ হোৱা পাতিদৰং ৰন্তিদেৱ মধ্য ইংৰাজী বিদ্যালয় খন পুনৰ উজ্জীৱিত কৰা উদ্দেশ্যে আলোচনা কৰিবলৈ পাতিদৰঙ প্ৰাথমিক বিদ্যালয়ত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ লেঙ্গেৰীয়াঝাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক যাদৱ চন্দ্ৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত ছিপাঝাৰ বিধান সভা সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশী উপস্থিত থাকি বিদ্যালয়খন পুনৰ উজ্জীৱিত কৰাৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়াই ৷দেওমৰনৈৰ পাতিদৰং ৰন্তিদেৱ মধ্য ইংৰাজী বিদ্যালয় পুনৰ উজ্জীৱিত কৰা উদ্দেশ্যে ৰাজহুৱা সভা সম্পন্ন
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
দৰং-ওদালগুৰি সীমান্তৱৰ্তী বৈনাৰাত জাপানীজ এনকেফেলাইটিছত শিশুৰ মৃত্যু
দৰং-ওদালগুৰি সীমান্তৱৰ্তী বৈনাৰা গাঁৱত জাপানীজ এনকেফেলাইটিছত শিশুৰ মৃত্যু ।
২ নং বৈনাৰা সত্ৰ...
चराई देव जिले में हर घर तिरंगा के तहत लेखन प्रतियोगिता का आयोजन
हर घर तिरंगा पहल पर जागरूकता पैदा करने के लिए चराई देव जिला अंतर्गत माहमरा राजस्व क्षेत्र...
Bharat Jodo Nyay Yatra: अचानक बीच में न्याय यात्रा छोड़कर दिल्ली पहुंचे राहुल गांधी, सामने आई ये वजह....
Bharat Jodo Nyay Yatra गुरुवार सुबह असम से बंगाल में प्रवेश करने के बाद कांग्रेस ने अपनी भारत...