গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলসমূহত অৱ্যাহত আছে চোৰাং কাঠৰ বেহা। বিশেষকৈ সীমান্তৱৰ্তী মেৰাপানী অঞ্চলৰ পৰা দৈনিক ট্ৰাকে ট্ৰাকে চোৰাং কাঠ ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ সৰবৰাহ হৈ আছে। আৰক্ষী বনবিভাগৰ চকুত ধুলি দি প্ৰয়োজনীয় নথিপত্ৰ অবিহনেই চোৰাং ব্যৱসায়ীসকলে কাঠ সমূহ প্ৰেৰণ কৰি আহিছে। দেওবাৰে সন্ধিয়া তেনে এখন চোৰাং কাঠ ভৰ্তি মিনিট্ৰাক জব্দ কৰি স্থানীয় ঘিলাধাৰী আৰক্ষী থানাত গতাই দিয়ে স্থানীয় ৰাইজে। AS05 A 7791 নম্বৰৰ টাটা ডি আই বাহনখনত চোৰাং কাঠ বোজাই কৰি গোলাঘাট টাউনৰ দিশে গৈ থাকোতেই স্থানীয় ৰাইজে জব্দ কৰে বাহনখন। সম্প্ৰতি ঘিলাধাৰী আৰক্ষীয়ে কাঠসহ বাহনখন জামুগুৰি আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়ত গতাই দিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
*डॉ. भीम राव अम्बेडकर स्टेडियम कापरेन राजनीतिक कारणों से उपेक्षा का शिकार* केशोरायपाटन
डॉ. भीम राव अम्बेडकर स्टेडियम कापरेन राजनीतिक कारणों से उपेक्षा का शिकार*
केशोरायपाटन
राजस्थान...
પાટણમાં ભર બજારે ખૂની ખેલ ખેલાયો
#buletinindia #gujarat #patan
itel P-series: 50MP AI Dual कैमरा और 256GB स्टोरेज के साथ आ रहे दो नए फोन, इन खूबियों से हटा पर्दा
चीन बेस्ड मोबाइल फोन मैन्युफैक्चरर कंपनी आइटल ने हाल ही में अपने P-series Power Play फोन लाने का...
Breaking News: Bihar में फुटपाथ पर चाय बेचने वाले लड़के ने किया कमाल | Aaj Tak News
Breaking News: Bihar में फुटपाथ पर चाय बेचने वाले लड़के ने किया कमाल | Aaj Tak News