৬১ সংখ্যক শিক্ষক দিৱস আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মাজুলীৰ সকলো শিক্ষানুষ্ঠানে বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়। ইয়াৰ সমান্তৰালকৈ নাৰী সৱলীকৰণৰ লক্ষ্যৰে গঠিত হোৱা বেচৰকাৰী সংগঠন ৱাৰিৱৰ্ছ মাজুলী জিলা সমিতিয়েও শিক্ষক দিৱসটি পালন কৰে। সেই উদ্দেশ্যে ফুলনিস্থিত ৱাৰিৱৰ্ছ মাজুলী জিলা সমিতিৰ কাৰ্যালয়ত স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ পিছতে শিক্ষক দিৱসৰ লগত সংগতি ৰাখি সংগঠনটোৱে ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সুৱেত চন্দ্ৰ ঘোষক এখনি ফুলাম গামোচা, সম্বৰ্ধনা পত্ৰ আৰু এটি কলমেৰে সম্বৰ্ধনা জনায় কাৰ্যসূচীত অংশগ্ৰহণ কৰে মাজুলী জিলা সমিতিৰ উপদেষ্টা অপূৰ্ব বেজ, সভানেত্ৰী মধুস্মিতা বৰা, সম্পাদিকা জ্যোৎস্না দাস আৰু সদস্য প্ৰাঞ্জল দত্তই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પાલનપુરના કોઝી વિસ્તારમાં મોબાઈલ શોપમાં ચોરીની ઘટના સામે આવી...
પાલનપુરના કોઝી વિસ્તારમાં મોબાઈલ શોપમાં ચોરીની ઘટના સામે આવી...
Abdul Sattar सत्कारासाठी बोलावलेल्या आयोजकांवरच भडकले, कारण..| Aurangabad News | Eknath Shinde | BJP
Abdul Sattar सत्कारासाठी बोलावलेल्या आयोजकांवरच भडकले, कारण..| Aurangabad News | Eknath Shinde | BJP
Lok Sabha Election में BJP को नहीं मिला बहुमत, तो Modi 3.0 में कैसे पूरे होंगे अधूरे काम? -The Lens
Lok Sabha Election में BJP को नहीं मिला बहुमत, तो Modi 3.0 में कैसे पूरे होंगे अधूरे काम? -The Lens
केजरीवाल बोले- जम्मू-कश्मीर की हालत दिल्ली जैसी:यहां भी CM से ज्यादा LG को पावर
आम आदमी पार्टी (AAP) के राष्ट्रीय संयोजक और दिल्ली के पूर्व मुख्यमंत्री अरविंद केजरीवाल ने...