গোলাঘাটত অব্যাহত আছে অলিয়ে গলিয়ে নিষিদ্ধ ড্ৰাগচৰ ৰমৰমিয়া বেহা

সোমবাৰে গোলাঘাট নগৰৰ মাজমজিয়া হস্পিটেল ৰোডত অৱস্থিত পুৰণা চিনেমা হ'লৰ সমীপত ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত এজন য়ুৱকক হাতেলোতে ধৰা পেলাবলৈ সক্ষম হল আৰক্ষী। লগতে উদ্ধাৰ কৰিলে চিৰিঞ্জ সহ নিষিদ্ধ হেৰইন।আন দুজন যুৱক পলাবলৈ সক্ষম হল।