ধেমাজি জিলাৰ বৰদলনিত শিক্ষক দিৱসৰ দিনাই শিক্ষকৰ আত্মহত্যাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সমষ্টিৰ বৰদলনি শিক্ষাখণ্ডৰ অধীনৰ জনজাতি কৈৱৰ্ত মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰাজেন বণিয়াই আত্মহত্যা কৰে৷ দীৰ্ঘদিন ধৰি বিনাবেতনেৰে শিক্ষাদান কৰা শিক্ষক ৰাজেন বণিয়াই আত্মহত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি কৰিছে। ঘটনা অনুসৰি অপ্ৰাদেশীকৃত অৱস্থাৰ পৰা দীৰ্ঘদিন ধৰি বিদ্যালয়ৰখনৰ মধ্য ইংৰাজী শাখাত সহকাৰী শিক্ষক হিচাপে কৰ্মৰত আছিল বণিয়া। অৱশেষত ২০১৩ চনৰ শিক্ষা বিভাগৰ চামিলকৰণ নীতি অনুসৰি ৫০৩ আউনীআটী কৈৱৰ্ত নিম্ন বুনিয়াদী বিদ্যালয়ৰ লগত চামিল হয়। তেওঁৰ শিক্ষক পদ প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়াত নোসোমোৱাত শিক্ষকজনে হতাশাগ্ৰস্ত হৈ এই চৰম পন্থা বাচি লোৱা বুলি স্থানীয় একাংশ লোকে সন্দেহ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સાવલી ૧૩૫વિધાનસભાના કોંગ્રેસના ઉમેદવાર કુલદીપસિંહ રાઉલજીએ પોતાના માદરે વતન વેજપુરનીમાં મતદાન કર્યું,
સાવલી ૧૩૫વિધાનસભાના કોંગ્રેસના ઉમેદવાર કુલદીપસિંહ રાઉલજીએ પોતાના માદરે વતન વેજપુરનીમાં મતદાન કર્યું,
વડોદરાના હિંમતપુરા ગામે ચૂંટણી પ્રચાર અર્થે સભા યોજવામાં આવી
વડોદરાના સાવલી વિધાનસભા ચૂંટણી પ્રચાર અર્થે ડેસર તાલુકાના હિમતપુરા ગામે જનસભાને સંબોધી હતી.આ સમયે...
Mansa live | Cm Bhupendra Patel માણસા ખાતે આયોજિત કાર્યકર્તા સંમેલન | Dpnewsgujarati
Mansa live | Cm Bhupendra Patel માણસા ખાતે આયોજિત કાર્યકર્તા સંમેલન | Dpnewsgujarati
11 વર્કરોએ લેબર શોષણ થતું હોવાની એડવોકેટ મારફતે લેબર ઓફિસમાં ફરિયાદ કરી
11 વર્કરોએ લેબર શોષણ થતું હોવાની એડવોકેટ મારફતે લેબર ઓફિસમાં ફરિયાદ કરી
দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰত বিধায়ক প্ৰশান্ত ফুকনৰ বিহুগীত শুনিলেনে
দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰত বিধায়ক প্ৰশান্ত ফুকনৰ বিহুগীত শুনিলেনে