মহান দাৰ্শনিক , পণ্ডিত ভাৰতবৰ্ষৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণদেৱৰ জন্মজয়ন্তী শিক্ষাক দিৱস হিচাপে সমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে , ব্যতিক্ৰম নহয় গোলাঘাটৰ অসমীয়া মাধ্যমৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান জাতীয় বিদ্যালয় ৰঙাজানো । আজি ছাত্ৰ-ছাত্ৰীসকলে বৰ্ণাঢ্য কাৰ্যসূচীৰে বিদ্যালয়খনত শিক্ষক দিৱসৰ আয়োজন কৰিছে । পুৱা সৰ্বপল্লী ৰাধাকৃষ্ণণদেৱৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে মহান দাৰ্শনিক পণ্ডিত গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিদ্যালয় খনৰ অধ্যক্ষ ব্ৰজেন গগৈয়ে । ইয়াৰ পিছতে বৃক্ষৰোপণ, ছাত্ৰ-ছাত্ৰীসকলৰদ্বাৰা বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপনৰ কাৰ্যসূচী ৰূপায়ন কৰা হয় । ছাত্ৰ-ছাত্ৰীসকলৰদ্বাৰা বিদ্যালয় সঙ্গীত পৰিৱেশনেৰে পৰৱৰ্তী কাৰ্যসূচীসমূহ আৰম্ভ হয় । ছাত্ৰ-ছাত্ৰীসকলে নৃত্য , গীত পৰিৱেশনেৰে সুন্দৰ সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ন কৰে । উক্ত অনুষ্ঠানতে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰঙী আঞ্চলিকৰ বিষয়ববীয়া উপস্থিত হৈ শিক্ষক দিৱসৰ পৱিত্ৰ দিনটোত বিদ্যালয়খনৰ অধ্যক্ষ ব্ৰজেন গগৈ আৰু বিদ্যালয়খনৰ স্বত্বাধিকাৰী তথা কৃতি শিক্ষক দ্ৰোণকান্ত গগৈক সম্বৰ্ধনা জনায় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Jaipur News: शहर में एक बार फिर से पुलिस का बड़ा एक्शन, संदिग्ध बदमाशों के ठिकानों पर पुलिस ने की रेड
Jaipur News: शहर में एक बार फिर से पुलिस का बड़ा एक्शन, संदिग्ध बदमाशों के ठिकानों पर पुलिस ने की रेड
ધાનેરામાં હેરોઇન સાથે ડીસાના બે શખ્સોને પોલીસે ઝડપ્યા
એસઓજીએ બાતમીના આધારે શુક્રવારે ધાનેરા વિસ્તારમાંથી નશીલા પદાર્થ લઈને રાજસ્થાન તરફથી આવતાં ડીસાના...
આંતરરાષ્ટ્રીય ખ્યાતિ પ્રાપ્ત નૃત્ય કલાકાર અક્ષય પટેલને ગુજરાત લોક કલા રાષ્ટ્રીય ગૌરવ પુરસ્કાર-2023 થી સન્માનિત કરાયા.
સમગ્ર વિશ્વમાં ભારતીય સંસ્કૃતિને પોતાના નૃત્ય વડે ઉજાગર કરી સમગ્ર વિશ્વમાં ભારત નૃત્યોને પ્રચલિત...
মৰাণৰ শ্ৰীসম্ভাৰ দোকানৰ সন্মুখত জাবৰৰ দম, ব্যৱসায়ীৰ গা এৰা মন্তব্য
মৰাণৰ শ্ৰীসম্ভাৰ দোকানৰ সন্মুখত জাবৰৰ দম, ব্যৱসায়ীৰ গা এৰা মন্তব্য
અમદાવાદ: પ્રિ-નવરાત્રી સાથે કેસરિયા નોરતા 2025’ નો ગ્રાન્ડ ઓપનિંગ નાઈટ યોજાઈ
અમદાવાદ: પ્રિ-નવરાત્રી સાથે કેસરિયા નોરતા 2025’ નો ગ્રાન્ડ ઓપનિંગ નાઈટ યોજાઈ