দৰঙৰ দলগাঁৱত জাক জাক বগলীয়ে দৃষ্টি আকৰ্ষন কৰিছে প্ৰকৃতিপ্ৰেমীৰ৷ দলগাঁৱৰ ২ নং শিয়ালমাৰী গাঁৱত বাঁহগছত আশ্ৰয় লৈছে বিভিন্ন প্ৰজাতিৰ বগলী৷ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাষত থকা গাঁওখনত উদ্যানৰ পৰা চৰাই চিৰিকতি, বগলীয়ে জনাঞ্চলত আশ্ৰয় লোৱাত গাঁওখনৰ একাংশ লোকে নিৰাপত্তা দিছে যদিও এইবোৰ চৰাইৰ ওপৰত দৃষ্টি পৰিছে কিছু দুষ্ট প্ৰকৃতিৰ লোকৰ৷ উল্লেখ্য যে জীৱ জন্তৰ নিৰাপত্তা আৰু বিচৰনৰ বাবে ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন চৰকাৰে সম্প্ৰসাৰনৰ ঘোষনা কৰিছিল যদিও বৰ্তমানলৈ আঁচনিৰ কাম আৰম্ভ হোৱা নাই৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Tata Communications Q4 Results Prediction | इस तिमाही में कितनी Revenue की है संभावना? | Q4 Results
Tata Communications Q4 Results Prediction | इस तिमाही में कितनी Revenue की है संभावना? | Q4 Results
সোণাৰিৰ ৬ নং ৱাৰ্ডত বানাক্ৰান্তৰ মাজত সাহায্য সামগ্ৰী বিতৰণ সেনাৰ
সোণাৰিত যোৱা কেইবাটাও দিন ধৰি অব্যাহত থকা বানপানীৰ ফলত সমস্যাৰ সন্মুখীন হোৱা সোণাৰি পৌৰসভাৰ...
চামগুৰি সোণাৰিবালিত পথ দুৰ্ঘটনা আহত দুজন
চামগুৰি সোণাৰিবালিত পথ দুৰ্ঘটনা আহত দুজন
તરણેતરના મેળાનું આકર્ષણ એટલે પાઘડી અને રૂમાલથી શણગારેલી છત્રીઓ
સુરેન્દ્રનગર જિલ્લામાં આવેલ થાન, ચોટીલા, મૂળી એ વિસ્તાર "પાંચાળ" ગણાય છે. સ્કંદપુરાણ અને...