কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত গড়পোট বাপূজী হাইস্কুলৰ ছাত্ৰছাত্ৰী সকলে ব্যতিক্ৰম ৰূপত শিক্ষক দিৱস উদযাপন কৰে৷তদুপলক্ষে পূৱাই শিক্ষক শিক্ষয়িত্ৰী সকলক আঠুকাঢ়ি সেৱা জনাই ছাত্ৰছাত্ৰী সকলে৷ইয়াৰ পিচতে ক্ৰমে সৰস্বতী বন্দনা,ড°সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনৰ পিচতে বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধানশিক্ষয়ত্ৰী শশীৰাণী দেৱীৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাত শিক্ষক সকলক গামোছা,গছপুলি,কলম,আলোকচিত্ৰ আদিৰে সম্বৰ্ধনা জনাই৷গীত,কবিতা,নৃত্য আদিৰ জিপাল হোৱা সভাখনত ছাত্ৰছাত্ৰী,শিক্ষক শিক্ষয়িত্ৰী আৰু আমন্ত্ৰিত অতিথিয়ে শিক্ষক দিৱসৰ তাৎপৰ্য ব্যখ্যা কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસા શહેર ઉત્તર પોલીસ સ્ટેશનના સ્ટાફ દ્વારા કરાઇ સરાહનિય કામગીરી || સબંધ ભારત ન્યૂઝ ||
ડીસા શહેર ઉત્તર પોલીસ સ્ટેશનના સ્ટાફ દ્વારા કરાઇ સરાહનિય કામગીરી || સબંધ ભારત ન્યૂઝ ||
MLA ની મુલાકાત: ધાનેરાના ગ્રામ્ય વિસ્તારોમાં ધોધમાર વરસાદે સર્જેલી તારાજી ની ધારાસભ્ય સમિશા કરી, સ્થળ પર જઈને ખેડૂતોને હૈયાધારણા આપી...
MLAની મુલાકાત: ધાનેરાના ગ્રામ્ય વિસ્તારોમાં ધોધમાર...
ಮೆಂಥೋಪ್ಲಸ್ ನ ಚಿಕ್ಕ ಡಬ್ಬಿ ನುಂಗಿ ಮಗು ಸಾವು
ಬಳ್ಳಾರಿ ಜಿಲ್ಲೆಯ ಕಂಪ್ಲಿ ನಗರದಲ್ಲಿ ತಲೆ ನೋವಿನ ನಿವಾರಕಚಮವಾದ ಮೆಂಥೋಪ್ಲಸ್ ನುಂಗಿ 9 ತಿಂಗಳ ಪ್ರಿಯದರ್ಶಿನಿ ಎಂಬ...
Umesh Nath Maharaj को Rajya Sabha Candidate बना BJP ने Congress को क्या झटका दिया?
Umesh Nath Maharaj को Rajya Sabha Candidate बना BJP ने Congress को क्या झटका दिया?