BJP নেত্ৰীয়ে আহোম জাতিক অপমান কৰাৰ অভিযোগত BJP নেত্ৰী আঙুৰলতা ডেকাৰ বিৰুদ্ধে মাহমৰাত প্ৰতিবাদ।মাহমৰাৰ পাটসাঁকোত সদৌ টাই আহোম ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে।