হোজাইত শিক্ষক দিৱসৰ দিনাই বিদ্যালয় একত্ৰিত কৰনক লৈ সাব্যস্ত কৰিছে প্ৰতিবাদ।।ফাঁকলি গাঁও প্ৰাথমিক বিদ্যালয়খন যোগীৰপাৰ প্ৰাথমিক বিদ্যালয়ত একত্ৰিত কৰনক লৈ সাব্যস্ত কৰিছে প্ৰতিবাদ।স্থানীয় ৰাইজ আৰু বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি ফাঁকলিগাঁও বিদ্যালয় খন বাহাল ৰখাৰ জনাইছে দাবী।উল্লেখযোগ্য যে ফাঁকলি গাঁও বিদ্যালয়ত ১৪৭ গৰাকী ছাত্ৰ ছাত্ৰী থকাৰ বিপৰীতে যোগীৰপাৰ বিদ্যালয়ত ৭৩ গৰাকী ছাত্ৰ ছাত্ৰী আছে।ইফালে বিদ্যালয় একত্ৰিত কৰাৰ পিছত ছাত্ৰ ছাত্ৰী বহাৰ বাবে উপযুক্ত স্থান নথকাৰো উঠিছে অভিযোগ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
राजस्थान के रुझानों में BJP आगे, कांग्रेस ने भी चौंकाया, जानें भाटी का हाल
राजस्थान सहित पूरे देश में लोकसभा चुनाव के नतीजे आज जारी होंगे. सात चरणों में संपन्न हुए लोकसभा...
डॉ. फपाळ यांचा मुतदेह शोधण्यासाठी धरणात उतरलेला जवान बेपत्ता
धक्कादायक घटना बचाव पथकातील एक जण पाण्यात अडकला.
सदरील घटनेची माहिती मिळताच बीड व परळी येथील...
Ahmedabad News | ઘાટલોડિયા વિધાનસભા 41 બેઠક ભૂપેન્દ્રભાઈ પટેલની ઉમેદવારી ફોર્મ ભરવાનો કાર્યક્રમ.
Ahmedabad News | ઘાટલોડિયા વિધાનસભા 41 બેઠક ભૂપેન્દ્રભાઈ પટેલની ઉમેદવારી ફોર્મ ભરવાનો કાર્યક્રમ.
પાલનપુર સ્વસ્તિક શૈક્ષણિક સંકુલના કલાશિક્ષક નયન ચત્રારિયા બન્યા પેડમેન
પાલનપુર સ્વસ્તિક શૈક્ષણિક સંકુલના કલાશિક્ષક નયન ચત્રારિયા બન્યા પેડમેન