সোমবাৰে তিনিচুকীয়াৰ সৰ্ববৃহৎ গনেশ পূজা হিচাপে পৰিচিত মিলিজুলি গনেশ পূজা সমিতিয়ে গনেশ মূৰ্ত্তি বিসৰ্জন দিয়ে  ।

তিনিচুকীয়াৰ বৰদলৈ নগৰত উদযাপন কৰা মিলিজুলি গনেশ পূজা সমিতিয়ে গনেশ মূৰ্ত্তি বিসৰ্জনৰ বাবে বাহিৰ কৰা সমদল চাবলৈ ৰাজপথত অগনন লোকে ভিৰ কৰা পৰিলক্ষিত হয় ।

তিনিচুকীয়াৰ মিলিজুলি নামৰ গনেশ পূজা সমিতিখনে এইবাৰ তিনিদিনীয়াকৈ অনুষ্ঠিত কৰিছিল গনেশ পূজা ।