ধেমাজিত আজি সদৌ অসম চৰকাৰী চিকিৎসালয় অস্হায়ী কৰ্মচাৰী সন্হাই বিভিন্ন দাবীত ৰুপায়ণ কৰে " অৱস্হান ধৰ্মঘট " কাৰ্যসূচী ৷ উল্লেখযোগ্য যে দীৰ্ঘদিনধৰি বহু সংখ্যক স্হানীয় যুৱক _ যুৱতীয়ে সামান্য পাৰিতোষিকতে ধেমাজি অসামৰিক চিকিৎসালয়ত সেৱা আগবঢ়াই আহিছে ৷ সম্প্ৰতি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ চৰাদামৰ দিনত এইসকল অস্হায়ী কৰ্মচাৰীৰ পানীত হাঁহ নচৰা অৱস্হাৰ ৷ চৰকাৰৰ ওচৰত স্হায়ী ভিত্তিত মকৰলৰ লগতে পাৰিতোষিক বৃদ্ধিৰ বাবে আবেদন _ নিবেদন কৰি অহাৰ পিছতো গা নলৰিল ৰাজ্য চৰকাৰৰ ৷ ইয়াৰ প্ৰতিবাদতে প্ৰায় অৰ্দ্ধ শতাধিক অস্হায়ী কৰ্মচাৰীয়ে ধেমাজিত "অৱস্হান ধৰ্মঘট " পালন কৰি চৰকাৰ বিৰোধী শ্লগানেৰে উত্তাল পৰিৱেশ সৃষ্টি কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
‘આપ’ના ગોપાલ ઇટાલિયાનું નિવેદન :-હર્ષ સંઘવીનો પગાર રૂ.18 લાખ છે તો પોલીસ કર્મચારીઓ ને 8 લાખ કરો !! અર્જુન મોઢવાડીયા બોલ્યા,અમારી સરકાર બને તો વધારીશું !
રાજ્ય સરકારે પોલીસ વિભાગ માટે ગ્રેડ પે માટે કરેલી જાહેરાત બાદ આમ આદમી પાર્ટી અને કોંગ્રેસની...
विहिरीचे काम करणारे कामगार विहिरीतून बाहेर येताना कधी पाहिले का ?
विहिरीचे काम करणारे कामगार विहिरीतून बाहेर येताना कधी पाहिले का ?
रमाई/प्रधानमंत्री घरकुल योजनेमधून खरे गरजू लाभार्थी वंचित.
सम्राट अशोक सेना वतीने एक दिवशी धरणे आंदोलन
रमाई घरकुल योजना व प्रधानमंत्री घरकुल योजनेपासून गरजू लाभार्थी वंचित,खऱ्या गरजूंना...
Election 2024 Phase 4 Voting: चौथे चरण की वोटिंग जारी, क्या Hyderabad देगा Madhavi Latha को मौका?
Election 2024 Phase 4 Voting: चौथे चरण की वोटिंग जारी, क्या Hyderabad देगा Madhavi Latha को मौका?