ধেমাজিত আজি সদৌ অসম চৰকাৰী চিকিৎসালয় অস্হায়ী কৰ্মচাৰী সন্হাই বিভিন্ন দাবীত ৰুপায়ণ কৰে " অৱস্হান ধৰ্মঘট " কাৰ্যসূচী ৷ উল্লেখযোগ্য যে দীৰ্ঘদিনধৰি বহু সংখ্যক স্হানীয় যুৱক _ যুৱতীয়ে সামান্য পাৰিতোষিকতে ধেমাজি অসামৰিক চিকিৎসালয়ত সেৱা আগবঢ়াই আহিছে ৷ সম্প্ৰতি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ চৰাদামৰ দিনত এইসকল অস্হায়ী কৰ্মচাৰীৰ পানীত হাঁহ নচৰা অৱস্হাৰ ৷ চৰকাৰৰ ওচৰত স্হায়ী ভিত্তিত মকৰলৰ লগতে পাৰিতোষিক বৃদ্ধিৰ বাবে আবেদন _ নিবেদন কৰি অহাৰ পিছতো গা নলৰিল ৰাজ্য চৰকাৰৰ ৷ ইয়াৰ প্ৰতিবাদতে প্ৰায় অৰ্দ্ধ শতাধিক অস্হায়ী কৰ্মচাৰীয়ে ধেমাজিত "অৱস্হান ধৰ্মঘট " পালন কৰি চৰকাৰ বিৰোধী শ্লগানেৰে উত্তাল পৰিৱেশ সৃষ্টি কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ডিব্ৰুগড়ত দহ দিনীয়া মুখ শিল্পৰ কর্মশলা সামৰণি
ডিব্ৰুগড় স্থিত শ্ৰী ভাৰতী মহাবিদ্যালয় উদ্যোগত সত্ৰীয়া কেন্দ্ৰ ,সংগীত নাটক একাডেমী নতুন দিল্লীৰ...
ભરૂચ કલેકટર કચેરી આંગણવાડી બહેનોથી ઉભરાઇ,સુત્રોચ્ચાર અને નારાબાજી સાથે વિરોધ પ્રદર્શન કર્યુ
ભરૂચ કલેકટર કચેરી આંગણવાડી બહેનોથી ઉભરાઇ,સુત્રોચ્ચાર અને નારાબાજી સાથે વિરોધ પ્રદર્શન કર્યુ
#vp #bharuch #election2022 ચુસ્ત પોલીસ બંદોબસ્ત વચ્ચે આવતીકાલે ભરૂચ ખાતે 5 બેઠકોની યોજાશે મતગણતરી.
#vp #bharuch #election2022 ચુસ્ત પોલીસ બંદોબસ્ત વચ્ચે આવતીકાલે ભરૂચ ખાતે 5 બેઠકોની યોજાશે મતગણતરી.
US Market Rally | Top 20 Stocks: बाजार में कौन से स्टॉक्स से बनेगा पैसा? | Business News | CNBC
US Market Rally | Top 20 Stocks: बाजार में कौन से स्टॉक्स से बनेगा पैसा? | Business News | CNBC
રાજકોટઃ વરસાદ બંધ થયા બાદ હજુય નથી ઓસર્યા વરસાદી પાણી, નાગરિકોમાં રોષ
રાજકોટઃ વરસાદ બંધ થયા બાદ હજુય નથી ઓસર્યા વરસાદી પાણી, નાગરિકોમાં રોષ