7th নেশ্যনেল কুংফু চেম্পিয়নশ্বীপত উজ্জ্বলিল গোলাঘাটৰ গ্ৰামাঞ্চলৰ খেলুৱৈ ৷ কলকাতাৰ চিত্ৰৰঞ্জনত অনুষ্ঠান ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত চিনাতলীৰ ৰিংকু শৰ্মা আৰু দেৱাশীষ দত্তৰ নেতৃত্বত যোৱা ৪ জনীয়া খেলুৱৈ দলটোৰ আটাইকেইজনে পদক পাবলৈ সক্ষম হ’ল । মৃণ্ময় গগৈয়ে সোণৰ পদক লাভ কৰাৰ লগতে উজ্জ্বল কোঁৱৰ,সুমন তামুলী আৰু সুদীপ্ত নয়ন চলিহাই ৰূপৰ পদল লাভ কৰিবলৈ সক্ষম হ’ল। গ্ৰামাঞ্চলৰ পৰা গৈ ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলি উঠা খেলুৱৈ কেইজনক ৰাজহুৱা সম্বৰ্দ্ধনা জ্ঞাপন কৰিলে বেতিয়নীত।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सोनपेठ शहरात ईद दुल मिला दुन- नबी उत्सव मोठ्या उत्साहात साजरा....#जनतान्यूज24तास
सोनपेठ शहरात ईद दुल मिला दुन- नबी उत्सव मोठ्या उत्साहात साजरा....#जनतान्यूज24तास
માંગરોળ માં પેટ્રોલ પંપ પાસે એક બાઈક અચાનક સળગયું,ચાલકનો આબાદ બચાવ
માંગરોળ માં પેટ્રોલ પંપ પાસે એક બાઈક અચાનક સળગયું,ચાલકનો આબાદ બચાવ
ৰাজপথত দপদপকৈ জ্বলিল বিধায়ক শ্বেৰমান আলীৰ পুত্তলিকা
গুৱাহাটী ক্লাৱত জ্বলিল বিধায়ক শ্বেৰমান আলীৰ পুত্তলিকা। জনাৰ্দন দেৱগোস্বামীৰ সম্পৰ্কে কৰা...
Munawwar Rana Shayari: मुनव्वर राना की जुबानी सुनिए उनके चुनिंदा शेर और शायरियां (BBC Hindi)
Munawwar Rana Shayari: मुनव्वर राना की जुबानी सुनिए उनके चुनिंदा शेर और शायरियां (BBC Hindi)