ভদীয়া বান : পুনৰ বন্ধ মাজুলী- অফলামুখৰ ফেৰি সেৱা , যাত্ৰীৰ মাজত হাঁহাকাৰ

অফলামুখ ঘাটত ৰপেস্ক ৰাখিবলৈ ৰেম্পৰ  অভাৱ হোৱাৰ বাবে নিব লগা হৈছে নিমাতিলৈ , যাত্ৰী আৰু দুচুকীয়া বাহন পাৰ হৈছে যদিও যাবলৈ দিয়া নাই চাৰিচুকীয়া বাহন ৷ যাত্ৰীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া ৷