হোজাইত মাজনিশা জব্দ বুজন পৰিমানৰ গাঞ্জা।নামণিমুৱা ৰানী কমলাবতী এক্সপ্ৰেছত জব্দ হৈছে বৃহৎ পৰিমাণৰ গাঞ্জা।ৰেল খনৰ S ,8 আৰু S,11 ডবাত পৃথকে উদ্ধাৰ হৈছে ১০৬ টা গাঞ্জাৰ পেকেট।।জব্দকৃত গাঞ্জা খিনিৰ ওজন প্ৰায় ২৫০ কেজি ।লগতে ইয়াৰ বজাৰ মূল্য এক কোটিতকৈ অধিক হব বুলি কৰা হৈছে অনুমান।উল্লেখযোগ্য যে জিলা আৰক্ষী অধীক্ষক বৰুন পুৰকায়স্থৰ নিৰ্দেশত আৰক্ষীৰ এটা দলে চলন্ত ৰেলত অভিযান চলাই গাঞ্জা খিনি জব্দ কৰাৰ পিছত হোজাই ষ্টেচনত গাঞ্জা খিনি নমাই আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Khadya Suraksha Yojana eKYC Kaise Kare | Ration Card e kyc kaise kare 2024 | Ration Card Ekyc Live
Khadya Suraksha Yojana eKYC Kaise Kare | Ration Card e kyc kaise kare 2024 | Ration Card Ekyc Live
ધ્રાંગધ્રામાં આધેડ અકસ્માત થયેલી ગંભીર હાલતમાં મળી આવતા 108 મારફતે સરકારી હોસ્પિટલ ખસેડાયા
ધ્રાંગધ્રા સુરેન્દ્રનગર રોડ ઉપર GIDC પાસે એક આધેડ અકસ્માત થયેલી ગંભીર હાલતમાં બેભાન હાલતમાં મળી...
দক্ষিণ মান্দাকাটা গাঁও উন্নয়ন সমিতিৰ উদ্যোগত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন ৷
কামৰূপ জিলাৰ অন্যতম সামাজিক সংস্থা দক্ষিন মান্দাকাটা উন্নয়ন পৰিষদৰ উদ্যোগত এখনি সম্বৰ্ধনা সভা...