ভৱেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতাৰ ফলাফল ঘোষণা শ্ৰেষ্ঠ নাট্যদল সমন্বয় নাট্য বিদ্যালয় নাট বৈ থকা নৈ খন।উল্লেখযোগ্য যে তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছিল এই নাট প্ৰতিযোগিতা নলবাৰী নাট্যমন্দিৰত