আপোনাৰ ঘৰলৈ যদি চেইন বা সোণৰোআ-অলংকাৰ চাফা কৰা কোনোবা লোক আহিছে তেন্তে সাৱধান হঁওক৷কিয়নো আপোনাৰ সৰলতাৰ সুযোগ লৈ সোণৰ আ-অলংকাৰ চাফা কৰাৰ চলেৰে কোনো ৰাসায়নিক দ্ৰব্য মিহলি কৰি আপোনাক অচেতন কৰি লুট কৰি নিব পাৰে আপুনি পৰিধান কৰি থকা মৰমৰ মূল্যবান সোণৰ আ অলংকাৰ৷৷হয়,এই ঘটনা জামুগুৰিহাটৰ৷বিগত জুন মাহৰ ২০ তাৰিখে জামুগুৰিহাটৰ মূঢ়াদলৰ নিজৰা বৰুৱা নামৰ মহিলাগৰাকীৰ গৃহত আহি উপস্থিত হৈছিল এইটো সোণ চাফা কৰি জিলিকাই তোলা স্বয়ম্ভু ব্যক্তি৷কিন্তু মহিলাৰ সৰলতাৰ সুযোগ লৈ ৰাসায়নিক দ্ৰব্য মিহলি কৰি এই খনিকৰটোৱে সকলোকে কৰি ল’লে অচেতন আৰু তাৰপিছত চুৰি কৰি লৈ গ’ল ডেৰ টোলা সোণৰ চেইন৷এমাহৰ পিছত আন এক ঠক প্ৰবঞ্চনাৰ গোচৰত অভিযুক্ত হৈ বিহাৰৰ এই গৰাকী যুৱক নগাঁওৰ জেলত থকা টেলিভিচনৰ পৰ্দাত দেখি চিনি পাই লগে লগে মহিলাগৰাকীৰ লগতে স্বামীয়ে অৱগত কৰিলে জামুগুৰি আৰক্ষীক৷আৰু বৰ্তমান সোণৰ চেইন বা আঙুঠিক সোণত সুৱগা কৰা এইটো প্ৰৱঞ্চক চোৰটো জামুগুৰি আৰক্ষীৰ জীম্মাত৷এশ গৰু মাৰিলে বাঘৰো মৰণ লেখিয়াকৈ কিমানজনৰ সোণৰ আ-অলংকাৰ চুৰ কৰি নিয়াৰ পিছত বা আৰক্ষীৰ জালত পৰিল বিহাৰৰ ৰমেশ কুমাৰ ধাৰী এইটো চমৎকাৰী৷অৱশ্যে সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব যদিও এনে অসৎ লোকৰ মিঠা মিঠা মাত শুনি ঘৰত পুৰুষ বা স্বামীৰ অনুপস্থিতিত থকা মহিলাসকলক আতৰি থাকি সাৱধান হ’বলৈ আহবান জনাইছে ভূক্তভোগী মহিলাগৰাকীৰ স্বামীয়েও।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
WhatsApp कर रहा है नए Updates टैब की तैयारी, इन यूजर्स के लिए होगी ये खास सुविधा
WhatsApp अपने iOS बीटा यूजर्स के लिए अपडेट्स टैब लेकर आ रहा है। अपडेट टैब में यूजर्स को म्यूट किए...
US Election Result 2024 Updates: टेक्सास-ओहायो में जीते ट्रंप, 177 इलेक्टोरल कॉलेज के साथ बड़ी बढ़त
US Election Result 2024 Updates: टेक्सास-ओहायो में जीते ट्रंप, 177 इलेक्टोरल कॉलेज के साथ बड़ी बढ़त
જામનગરમાં સરકારી કર્મચારીઓના સંયુક્ત મોરચાનું શક્તિ પ્રદર્શન
જામનગરમાં સરકારી કર્મચારીઓના સંયુક્ત મોરચાનું શક્તિ પ્રદર્શન
लॉन्च से पहले नई Honda Amaze का पूरा खुलासा, नया डिजाइन और अपग्रेड किए गए फीचर से लैस
Honda Amaze Facelift Spied नई होंडा अमेज 4 दिसंबर 2024 को लॉन्च होने जा रही है। इसके लॉन्च से...
દેશી હાથ બનાવટની મજરલોડ સીંગલ બેરલ બંદુક સાથે શખ્સ ઝડપાયો
સુરેન્દ્રનગર નવા સર્કિટ હાઉસ સુધારામાં રહેતા મુસ્તકા ગુલાબ મેર નામનો શખ્સ પોતાની પાસે ગે.કા....