আগন্তুক নৱেম্বৰত হব লগা শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ’ৰ বাবে ব্যাপক প্ৰস্তুতি মৰাণৰ ৰাইদঙীয়া আঞ্চলিক ৰাস উদযাপন সমিতিৰ। ১৯৮০ চনৰ পৰা উদযাপন কৰি অহা ৰাইদঙীয়া আঞ্চলিক ৰাস উদযাপন সমিতিয়ে প্ৰতি দুটা বৰ্ষৰ অন্তৰে অন্তৰে উদযাপন কৰি অহা ৰাস মহোৎসৱ’ৰ এইবাৰ বিংশতিতম বৰ্ষত ভৰি দিছে আৰু এইবাৰ উদযাপনৰ বাবে ব্যস্ত হৈছে আখৰাত । দেওবাৰে সন্ধিয়া মাহমৰা সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী যোগেন মহন আখৰা স্থলীত উপস্থিত হৈ মূল নাটৰ আখৰা বন্তি প্ৰজ্বলন আৰু নাৰিকল ভাঙি শুভউদ্বোধন কৰে । ইয়াৰ মাজতে মন্ত্ৰী যোগেন মহনক দেখা যায় ব্যতিক্ৰম ৰূপত, আখৰাত কৃষ্ণ হৈ গোপীৰ সৈতে নৃত্য কৰিলে মন্ত্ৰী যোগেন মহনে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
SLUG: HOJAI VIRAL VIDEO SKL OBSERVATION BY DIST
SLUG: HOJAI VIRAL VIDEO SKL OBSERVATION BY DIST
বাক্সাৰ দাওধাৰাত নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা
Salbari_Accident at Simla
শিমলা আৰক্ষী থানাৰ অন্তৰ্গত দাওধাৰাত মাইনা বজাৰ দংপাৰত সংঘটিত...
अडानी समूह इस राज्य में करेगा 60 हजार करोड़ का निवेश
इंदौर। मध्यप्रदेश की व्यापारिक नगरी में चल रही दो दिवसीय ग्लोबल इंवेस्टर्स समिट में हिस्सा लेने...
মুখ্যমন্ত্ৰীক পকী দলং নিৰ্মাণ কৰিবলৈ আহ্বান কণমানি ভাগিনৰ
মুখ্যমন্ত্ৰীক পকী দলং নিৰ্মাণ কৰিবলৈ আহহ্বান কণমানি ভাগিনৰ
Lok Sabha Election 2024: 'आने वाले चुनाव में आपके सामने दो विकल्प', असम में रैली कर अमित शाह ने कांग्रेस पर बोला हमला
असम। अमित शाह ने असम के उत्तरी लखीमपुर में सार्वजनिक बैठक को संबोधित किया। अमित शाह ने अपने...