সোমবাৰৰ পৰা DCয়ে গৈ স্কুলতে দিব জাতিৰ প্ৰমাণ পত্ৰ। নৱম শ্ৰেণীলৈ উত্তীৰ্ণ ছাত্ৰক উপহাৰ স্বৰূপে উপায়ুক্তই স্কুলত প্ৰদান কৰিব Caste Certificate। গোৰ্খা মানেই ভাৰতীয়, কোনো গোৰ্খাক ভাৰতীয় হয়নে নহয় বুলি প্ৰশ্ন কৰিব নোৱাৰিব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে।