পুনৰ বহি:ৰাজ্যত গৈ নিৰ্জাতিত অসমৰ যুৱক। শোনিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত লখৰাৰৰ এজন যুৱক নাম অপাল কচাৰী। এই যুৱকজন বিগত ১৫ বছৰ ধৰি কৰ্মৰত আছিল বেংগালোৰৰ এটা ব্যক্তিগত কোম্পানীত। উল্লেখ্য যে যোৱা ২৬ জুলাইত যুৱকজনক বহি:ৰাজ্যৰ কোনো অচিনাক্ত দূৰ্বিত্তই বেয়াকৈ মাৰধৰ কৰি বাথৰুমত পেলাই থৈ যায়। কোনো লোকে যুৱকজনক বাথৰুমত পৰি থকা অৱস্থাত উদ্ধাৰ কৰি বেংগালোৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। যুৱকজনৰ অৱস্থা বৰ্তমান অতি সংকটজনক। যুৱকজন চিকিৎসাধীন অৱস্থাত কোমাত আছে। পৰিয়ালটোত কেও কিছু নোহোৱা যুৱকজনৰ ওচৰ চবুৰীয়াৰ মূৰত এতিয়া ভাগি পৰিছে সৰগ। যুৱকজনৰ ঘৰত আছে কেৱল এগৰাকী বুঢ়ি পেহীয়েক। যিগৰাকী শাৰিৰীকভাৱে সক্ষম।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
New year Celebration 2024: India, New Zealand, China समेत पूरी दुनिया में नए साल का जश्न (BBC Hindi)
New year Celebration 2024: India, New Zealand, China समेत पूरी दुनिया में नए साल का जश्न (BBC Hindi)
Sakshi Ahuja Death: 'खून के आखिरी कतरे से दिलाऊंगा इंसाफ', साक्षी के पिता का छलका दर्द | New Delhi
Sakshi Ahuja Death: 'खून के आखिरी कतरे से दिलाऊंगा इंसाफ', साक्षी के पिता का छलका दर्द | New Delhi
અટલ બિહારી બાજપાઈજી ની કવિતાઓ પર સંગીત કાર્યક્રમ યોજાયો
મરાઠી વડમાય પરિષદ વડોદરા દ્વારા હિન્દી ફિલ્મજગત ના મહાન કલાકારો દ્વારા આયોજિત ભારતના ભૂતપૂર્વ...
Truck Driver Strike : ट्रक ड्राइवर के हक में बोले Asaduddin Owaisi ! Hit and Run New Law Protest
Truck Driver Strike : ट्रक ड्राइवर के हक में बोले Asaduddin Owaisi ! Hit and Run New Law Protest