আহমেদাবাদ, ৪ ছেপ্টেম্বৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে আহমেদাবাদ আৰু গান্ধীনগৰত চাৰিখনকৈ স্মাৰ্ট স্কুল উদ্বোধন কৰে। আহমেদাবাদৰ থালটেজস্থিত পৌৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাপনা অনুপম বিদ্যালয়কে ধৰি আন তিনিখন বিদ্যালয় আৰু গান্ধীনগৰৰ এখন স্মাৰ্ট বিদ্যালয় উদ্বোধন কৰে। আহমেদাবাদৰ থালটেজ, নৱ বদাজ, ঘটলোডিয়া অঞ্চলত স্থাপন কৰা হৈছে স্মাৰ্ট স্কুল। ইয়াৰ পিছতে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে পুৱা ১১ বজাত কংকৰিয়াৰ ট্ৰেন্সষ্টেডিয়াত অনুষ্ঠিত হ’বলগীয়া ষষ্ঠ নিখিল ভাৰত কাৰাগাৰৰ কৰ্তব্য সভাত অংশ লয়৷ তিনিদিনীয়া এই অনুষ্ঠানত ১৯খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষী বিষয়াই অংশগ্ৰহণ কৰিব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News: भागलपुर रैली में Lalu Yadav पर JP Nadda ने साधा निशाना, बेटी के नाम पर पूछा सवाल
Breaking News: भागलपुर रैली में Lalu Yadav पर JP Nadda ने साधा निशाना, बेटी के नाम पर पूछा सवाल
#मैनपुरी#बेटे ने बाप को आशिकी में रोड़ा बनने से हटाया
#मैनपुरी#बेटे ने बाप को आशिकी में रोड़ा बनने से हटाया
ಕರ್ನಾಟಕ ಶೋಷಿತ ಸಮುದಾಯಗಳ ಮಹಾ ಒಕ್ಕೂಟದಿಂದ ಪತ್ರಿಕಾಗೋಷ್ಠಿ
ಕರ್ನಾಟಕ ಶೋಷಿತ ಸಮುದಾಯಗಳ ಮಹಾ ಒಕ್ಕೂಟದಿಂದ ಪತ್ರಿಕಾಗೋಷ್ಠಿ
শিক্ষক দিৱস উপলক্ষে সোণাৰিত অ:জা:যু:ছা:প: ৰ প্ৰসংশনীয় পদক্ষেপ।
শিক্ষক দিৱস উপলক্ষে সোণাৰিত অ:জা:যু:ছা:প: ৰ প্ৰসংশনীয় পদক্ষেপ।
সোণাৰিৰ বিদ্যালয়ে...
આઝાદીના અમૃત મહોત્સવ અંતર્ગત સોજીત્રા તાલુકાના મલતજ સ્થિત નમો વન વડ નું લોકાર્પણ કરાયું
આઝાદીના અમૃત મહોત્સવ અંતર્ગત સોજીત્રા તાલુકાના મલાતજ સ્થિત નમો વન વડનું લોકાર્પણ સાંસદ શ્રી...