শিক্ষক দিৱস উপলক্ষে সোণাৰিত অ:জা:যু:ছা:প: ৰ প্ৰসংশনীয় পদক্ষেপ। 

সোণাৰিৰ বিদ্যালয়ে বিদ্যালয়ে শিক্ষগুৰু সকলক সম্বৰ্ধনা জ্ঞাপন কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । আজি শিক্ষক দিৱসৰ লগতে সংগতি ৰাখি চৰাইদেউ জিলাৰ বহু কেইখন উচ্চ শিক্ষা নুষ্ঠানৰ লগতে বহু কেইখন বিদ্যালয়ত শ্ৰদ্ধাৰ শিক্ষাগুৰু সকলক সন্মনাৰে উপচায় তোলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতি আৰু সোণাৰি আঞ্চলিক সমিতিৰ বিষয় ববীয়া সকলে। আজিৰ অনুষ্ঠানটিত জিলা সা:সম্পাদক লংকেশ্বৰ গগৈ ,উপ-সভাপতি চুজিত বৰা, তথ্য-প্ৰচাৰ সম্পাদক নয়নমনি ৰাজখোৱা,মুনু ৰহমান,নীলমণি ৰাজখোৱা,দেৱজিত গগৈ,অচ্যুত কৃষ্ণ দাস,অনুপম বৰঠাকুৰ,প্ৰীতম দত্ত উপস্থিত থাকে।