নাজিৰা এম চি ক্লাৱত ৰাইজৰ দলৰ সাংগঠনিক সভা সম্পন্ন

শিৱসাগৰৰ নাজিৰা এম চি ক্লাৱত আজি ৰাইজৰ দলৰ এখন সাংগঠনিক সভাৰ আয়োজন কৰা হয় । য'ত দলটোৰ শতাধিক কৰ্মী তথা স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে । নাজিৰাত ৰাইজৰ দলৰ সাংগঠনিক সভাত যোগ্য প্ৰাৰ্থীক দলে দায়িত্ব প্ৰদান কৰে । এম চি ক্লাৱত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ সাংগঠনিক সভাত সমষ্টিটোৰ বিভিন্ন পঞ্চায়তৰ একাধিক সদস্য উপস্থিত থাকে ।