থাইলেণ্ডৰ ৰাজধানী বেংককত আৰম্ভ হৈছে নৰ্থ ইষ্ট ফেষ্টিভেল। ইয়াত অংশগ্ৰহণ কৰিছে থাইলেণ্ডৰ মাননীয় উপ প্ৰধান মন্ত্ৰী Mr. Supattnapong Punmeechaow,

নাগালেণ্ডৰ  মুখ্যমন্ত্ৰী Mr. Neiphiu Rio, মেঘালয়ৰ মুখ্যমন্ত্ৰী Mr. Conrad Kongkal Sangma 

থাইলেণ্ডস্থিত ভাৰতীয় ৰাষ্ট্ৰদূত Mrs. Suchitra Durai.ৰ লগতে বহু বিশিষ্ট অতিথি।