গোলাঘাট জিলাৰ মহুৰামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৩১ জুলাই, ২০২২ তাৰিখে অনুষ্ঠিত হ'ব লগা "বিশেষ অভিনন্দন অনুষ্ঠান" ৬ আগষ্ট, ২০২২ তাৰিখলৈ পিছুৱাই দিয়া হৈছে। মহুৰামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মণিকাঞ্চন ফুকন, শিক্ষা সম্পাদক দেৱশীষ ৰাজখোৱা আৰু ভাৰপ্ৰাপ্ত সম্পাদক গকুল বৰাই স্বাক্ষৰ কৰা এক প্ৰেছ বিবৃতি যোগে জনোৱা অনুসৰি বিশেষ কাৰণ বশ:ত অনুষ্ঠান পিছুৱাই দিয়াৰ কথা অৱগত কৰিছে। উল্লেখযোগ্য যে পূৰ্বতে নিৰ্ধাৰিত স্থান মহুৰামুখ নাট্য মন্দিৰত দিনৰ ১১ বজাত ৬ আগষ্টত অনুষ্ঠিত হ'ব লগা " বিশেষ অভিনন্দন অনুষ্ঠান" ত সদ্যঘোষিত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনাব। এই ক্ষেত্রত সকলোকৰে সহায় সহযোগিতা তথা উপস্থিতি কামনা কৰিছে মহুৰামুখ আঞ্চলিক ছাত্ৰ সন্থাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Share Market Recap: आज गिरा शेयर बाजार, Nifty 21,520 के नीचे हुआ बंद, जानें कहां तेजी-मंदी?
Share Market Recap: आज गिरा शेयर बाजार, Nifty 21,520 के नीचे हुआ बंद, जानें कहां तेजी-मंदी?
দেওবাৰে নিশা বিলাসীপাৰাৰ সাধুভাষা ১ম খণ্ড গাঁৱত অগ্নিকাণ্ড
দেওবাৰে নিশা বিলাসীপাৰাৰ সাধুভাষা ১ম খণ্ড গাঁৱত অগ্নিকাণ্ড
બે પેટી દારૂનું કેસ નહિ બનાવવા માટે રિશ્વત લેતા પોલીસ અધિકારી ને રંગે હાથ જડપી પાડતી ACB ટીમ
બે પેટી દારૂનું કેસ નહિ બનાવવા માટે રિશ્વત લેતા બે પોલીસ અધિકારી ને રંગે હાથ જડપી પાડતી ACB ટીમ
Allu Arjun Police Notice News LIVE: Hyderabad Police ने जारी किया एक और नोटिस | Aaj Tak LIVE
Allu Arjun Police Notice News LIVE: Hyderabad Police ने जारी किया एक और नोटिस | Aaj Tak LIVE
तिलकवाड़ा के सामूहिक आरोग्य केंद्र में डायलिसिस सेंटर की शुरुआत
तिलकवाड़ा के सामूहिक आरोग्य केंद्र में डायलिसिस सेंटर की शुरुआत