শুকুৰবাৰে নিশা চাৰিদুৱাৰ আৰক্ষী থানাৰ নেতৃত্বত আৰক্ষী বিষয়া প্ৰদীপ ৰাজখোৱা আৰু এআইএছএফ দলৰ সৈতে এক তালাচী অভিযান চলাই এএছ ২৭এ ২৯৫৬ নম্বৰৰ এখন অল্টো গাড়ীৰ সৈতে দুজন লোকক নিচাজাতীয় সামগ্ৰী কঢ়িয়াই অনা অৱস্থাত গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জানোৱামতে ওদালগুৰি জিলাৰ ফৈজুল ইছলাম (৩২) আৰু তেজপুৰৰ শিঙিতলী আন এজন মজিবুৰ ৰহমান (৩৩)ক গ্ৰেপ্তাৰ কৰে । দুই জন লোকক জেৰাৰ সময়ত তেওঁলোকে স্বীকাৰ কৰে যে তেওঁলোকে ওদালগুৰিৰ জিলাৰ মাজবাটৰ পৰা জব্দ কৰা গাঞ্জা খিনি ফৈজুল ইছলাময়ে আনিছিল আৰু তেজপুৰৰ বাৰঘাট আৰক্ষী থানাৰ অধীনত শিঙিতলীৰ মজিবুৰ ৰহমানক বিক্ৰী কৰিছিল। আৰক্ষীয়ে মুঠ ২০.৯৯২ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে বুলি জানিব দিয়ে। এই সামগ্ৰী সমূহ মজিবুৰে অন্য এটা স্থানত লুকুৱাই থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে আৰু দয়োজন লোকক গ্ৰেপ্তাৰ কৰে। উদ্ধাৰ হোৱা সামগ্ৰীসমূহ এনডিপিএছ আইনৰ অধীনত জব্দ কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ঢকুৱাখনাত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ খহনীয়া || ৰাইজৰ বিপদৰ সময়ত বেপাৰত ব্যস্ত থকা নৱ দলেৰ বিৰুদ্ধে ক্ষোভিত জনতা || ৰাজহুৱা সভাৰ যৰিয়তে টাকাম মিচিং পৰিন কৌবাংৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তিলক দলেৰ সকীয়নি
অসম চৰকাৰৰ ঢকুৱাখনা বিধানসভা সমষ্টিৰ স্থানীয় বিধায়ক নৱ কুমাৰ দলে প্রকৃততে বিধায়ক নে ...
દહેગામ તાલુકામાં ભાજપના છ જેટલા ઉમેદવારો વિધાનસભાની ચૂંટણીની માગણી કરી
#buletinindia #gujarat #gandhinagar
સણવાલ ગામના વર્ધાજી બારોટની હ****ત્યા કેસના આરોપીની હ****ત્યા થઈ હતી #ucnews #airnewsgujarati
સણવાલ ગામના વર્ધાજી બારોટની હ****ત્યા કેસના આરોપીની હ****ત્યા થઈ હતી #ucnews #airnewsgujarati
किरोड़ी लाल मीणा की मांग के खिलाफ हुआ क्षत्रिय संगठन, सीएम भजनलाल को चिट्ठी लिखकर कर दी बड़ी मांग
राजस्थान पुलिस की एसआई भर्ती-2021 (SI Exam) में पेपर लीक मामले का खुलासा होने के बाद परीक्षा को...
Adhir Ranjan Chowdhury ने CM Yogi पर साधा निशाना, कहा- तानाशाही दबंग की तरह करते हैं बात | Aaj Tak
Adhir Ranjan Chowdhury ने CM Yogi पर साधा निशाना, कहा- तानाशाही दबंग की तरह करते हैं बात | Aaj Tak