মাতৃ পুত্ৰই বৰবিহ ড্ৰাগছ সৰবৰাহৰ নোহোৱা নোপোজা ঘটনা । তাকো পুত্ৰক ড্ৰাগছ সৰবৰাহত জড়িত কৰিছে মাতৃয়ে। বৃৃহৎ পৰিমানৰ ড্ৰাগছ সহ দুই মাতৃ পুত্ৰক কৰায়ত্ব কৰিছে জাজৰি আৰক্ষীয়ে আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী জহিদুৰ ৰহমান আৰু মাতৃ জোনমনি বেগমৰ ঘৰ মৰিগাঁও জিলাৰ মিকিৰভেটাত। নগাঁৱৰ পৰা জাজৰি হৈ মিকিৰভেটালৈ এখন স্কুটিৰে ড্ৰাগছ সৰবৰাহ কৰা অৱস্থাতে জাজৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তুষাৰ জ্যোতি বৰাই অভিযান চলাই ৩০ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সহ মাতৃ পুত্ৰক কৰায়ত্ত কৰি জেৰা অব্যাহত ৰাখিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
खातेवाटपात मोठा गेम होणार? या मंत्र्यांना लॉटरी लागण्याची शक्यता | Eknath Shinde Devendra Fadnavis
खातेवाटपात मोठा गेम होणार? या मंत्र्यांना लॉटरी लागण्याची शक्यता | Eknath Shinde Devendra Fadnavis
‘हम पाकिस्तान से नहीं हैं…’ Farmer Protest को लेकर Kisan-Modi Government Meeting में क्या हुआ?
‘हम पाकिस्तान से नहीं हैं…’ Farmer Protest को लेकर Kisan-Modi Government...
শাওণৰ পথাৰত জাক জাক ৰোৱনী নাৰায়ণপুৰৰ পথাৰত
ভৰ বাৰিষা শাওণৰ পথাৰ শুৱণি কৰি নাৰায়ণপুৰত জাক জাক ৰোৱনী নামিছে নাৰায়ণপুৰৰ পথাৰত ৷ ১০৮ নং...
চৰাইদেউ জিলাত জল জীৱন মিছনৰ আঁচনি ৰূপায়নত দুৰ্নীতিৰ অভিযোগ
চৰাইদেউ জিলাত জল জীৱন মিছনৰ আঁচনি ৰূপায়নত দুৰ্নীতিৰ অভিযোগ
চৰাইদেউ জিলাত জলজীৱন মিছন...