কট্টৰ হিন্দুত্ববাদী সত্য ৰঞ্জন বৰাৰ মতে কিছুমান মাদ্ৰাছা সন্ত্ৰাসবাদ সৃষ্টিৰ কাৰখানা হৈছে। যাৰবাবে তেনে মাদ্ৰাছা চৰকাৰে ভাঙিছে। সন্ত্ৰাসবাদ সৃষ্টিৰ তথ্য পোৱা মাদ্ৰাছা সমুহ চৰকাৰে ভাঙি পেলোৱা কাৰ্যক সমৰ্থন কৰি বৰাই কয়যে - ভাৰতীয় সভ্যতা সংস্কৃতি আৰু মানবতাৰ পৰিপন্থী এনে মাদ্ৰাছা ভাঙি পেলোৱা উচিত