কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণৰ কুঠৰীত লোকনিৰ্মাণ বিভাগৰ দলং নিৰ্মাণত অনিয়ম।কাৰ্বি আংলং বন বিভাগে জব্দ কৰা শিল দলঙ নিৰ্মাণত ব্যৱহাৰৰ অভিযোগ।ৰংবংৱে বন বিভাগে জব্দ কৰা শিল অসাধু ব্যৱসায়ী আৰু ঠিকাদাৰে নিশাৰ অন্ধকাৰৰ সুযোগ লৈ সৰবৰাহ কৰাৰ অভিযোগ AJYCP ৰ।বন বিভাগৰ লোকো জড়িত থকাৰ অভিযোগ সংগঠনটোৰ।উল্লেখ্যে যে ২০১৯ চনৰ ১২ এপ্ৰিলৰ পিছত অবৈধ শিল খননত নিষেধাজ্ঞা জাৰি কৰিছিল সৰ্বোচ্চ ন্যায়ালয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Aditi Tatkare लाडकी बहिण योजनेचा पुढचा हप्ता कधी येणार? #shorts #marathinews #viralvideo #latestnews
Aditi Tatkare लाडकी बहिण योजनेचा पुढचा हप्ता कधी येणार? #shorts #marathinews #viralvideo #latestnews
Train में Bull की सवारी, Video हो रहा Viral, बोला- Sahibganj में उतार देना |
Train में Bull की सवारी, Video हो रहा Viral, बोला- Sahibganj में उतार देना |
बहराइच हिंसा-कर्फ्यू जैसे हालात, दो दिन और बंद रहेगा इंटरनेट:CO महसी सस्पेंड
बहराइच में भड़की हिंसा का बुधवार को चौथा दिन है। हिंसा प्रभावित पूरे इलाके में फोर्स तैनात है।...
કાંકરેજના કસરા નજીક નર્મદા કેનાલમાંથી મળ્યો યુવતીનો મૃતદેહ...!
કાંકરેજના કસરા નજીક નર્મદા કેનાલમાંથી મળ્યો યુવતીનો મૃતદેહ...!