দিনৰ পোৰতে ৰাস্তাই ৰাস্তাই গমন দুটাকৈ গজৰাজৰ। দৃশ্য গোৱালপাৰাৰ দহিকটা কদমতোলাৰ। খাদ্যৰ সন্ধানত নিশা জনাঞ্চলত প্ৰৱেশ কৰা হাতীৰ জাকৰ এটা হাতী গাঁত এটাত পৰি যায় আৰু সৰু হাতীটোৰ গাঁতৰ পৰা উঠাবলৈ ওৰে নিশা চেষ্টা চলাই অৱশেষত দিনত ডাঙৰ হাতী এটাই গাঁতৰ পৰা উঠাই পুনৰ বনাঞ্চললৈ ৰাওঁনা হয়। জনাঞ্চলৰ পৰা বনাঞ্চললৈ যোৱাৰ সময়ত গাঁৱখনৰ ৰাস্তাই ৰাস্তাই এনেদৰে গমন কৰে হাতী দুটাই। মোবাইল কেমেৰাত বন্দী হ’ল সমগ্ৰ দৃশ্য। গাঁৱখনৰ মাজেৰে হাতী দুটা যোৱাৰ সময়ত এটা বাসগৃহ আৰু এখন বাইকও ক্ষতিগ্ৰস্ত কৰে ৷ উক্ত অঞ্চলটোত এতিয়া এনেবোৰ দৃশ্য প্ৰায়ে দেখিবলৈ পোৱা যায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
US FED Announcement Impact | Final Trade में कहां दिखा एक्शन, कल कहां मिलेगा अच्छा मौका? |
US FED Announcement Impact | Final Trade में कहां दिखा एक्शन, कल कहां मिलेगा अच्छा मौका? |
મહાકાળી માતાજી મંદિરનો ૧૩મો પાટોત્સવ ધામધૂમ પૂર્વક ઉજવાયો /SABANDH BHARAT NEWS /DEESA
મહાકાળી માતાજી મંદિરનો ૧૩મો પાટોત્સવ ધામધૂમ પૂર્વક ઉજવાયો /SABANDH BHARAT NEWS /DEESA
Gadhada|| ઢસા જંકશન ખાતે ઝેરી સાપનું રેસ્ક્યુ કરાયું #news #botadnews #rescue #animal #snake
Gadhada|| ઢસા જંકશન ખાતે ઝેરી સાપનું રેસ્ક્યુ કરાયું #news #botadnews #rescue #animal #snake
અમદાવાદમાં 18 ગ્રામ મોતના સમાન સાથે એક પેડલર ઝડપાયો
રાજ્યમાં એમ ડી ડ્રગ્સ, ચરસ , ગાંજો સહિતના માદક પર્દાથનું વેચાણ અટકાવાનું નામ જ નથી લઇ રહ્યુ...
रावतभाटा मे रिमझिम बारिश का दौर जारी उधर मध्य प्रदेश मे हुई बारिश से गुंजाली नदी उफान पर
रावतभाटा शहर मे एवं ग्रामीण क्षेत्रों में पिछले दो दिनों से लगातार बारिश का दौर चालू है रुक रुक...