মৰিগাঁৱৰ ঔজাৰীত ৰবিবাৰে দুপৰীয়া মৰিগাঁও জাগীৰোড পথৰ ঔজাৰীত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হয় দুজন চাইকেল আৰোহী। উল্লেখ্যযে ঔজাৰীৰ প্ৰভেশ্বৰ বৰদলৈ আৰু অমৃত বৰদলৈ নামৰ শ্ৰমিক দজনে দুপৰীয়া ওচৰৰে এটা ইটা ভাতালৈ চাইকেলেৰে গৈ থাকোঁতেই পিছ ফালৰ পৰা অহা এ এচ ০১ বি এফ ৩৮১৭ নম্বৰৰ তীব্ৰ বেগী টাটা চাফাৰীখনে মহতীয়াই নিয়ে। ফলত প্ৰভেশ্বৰ বৰদলৈ নামৰ শ্ৰমিকজন পথৰ কাষত চিটিকি পৰি থিতাতে মৃত্যু হয়। আনহাতে অমৃত বৰদলৈক তীব্ৰ বেগী বাহনখনে পথৰ ওপৰতে বহুদুৰ চুচোৰাই নিয়াত গুৰুতৰভাৱে আহত হয়। আহত অমৃত বৰদলৈক ততাতৈয়াকৈ মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ গুৱাহাটী মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰে যদিও চিকিৎসালয়লৈ নিয়াৰ পথতে তেওঁৰো মৃত্যু ঘটে। স্থানীয় প্ৰত্যক্ষদৰ্শীৰ মতে তীব্ৰ বেগী টাটা ছাফাৰীখনে খন্দাজান দলঙত এখন বাইকত খুন্দিয়াই বাইক আৰোহী জনক আহত কৰি পলাই যাব বিচাৰোঁতেই ভয়ংকৰ দুৰ্ঘটনাতো সংঘটিত হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સાંતલપુર લોદરા બોરૂડા વચ્ચે બે કાર અને બાઈક વચ્ચે ટક્કર | SatyaNirbhay News Channel
સાંતલપુર લોદરા બોરૂડા વચ્ચે બે કાર અને બાઈક વચ્ચે ટક્કર | SatyaNirbhay News Channel
ಸುಪ್ರೀಂ ಕೋರ್ಟ್ ತೀರ್ಪಿನಂತೆ ಪರಿಶಿಷ್ಟರ ಒಳ ಮೀಸಲಾತಿ ಅನುಷ್ಠಾನಕ್ಕೆ ಆಗ್ರಹಿಸಿ ಸೆಪ್ಟೆಂಬರ್ 9ರಂದು ರಾಜ್ಯದ ಎಲ್ಲಾ ಜಿಲ್ಲೆಗಳಲ್ಲಿ 'ಕರ್ನಾಟಕ ದಲಿತ ಸಂಘರ್ಷ ಸಮಿತಿ'ಯ ಸದಸ್ಯರಿಂದ ಬೃಹತ್ ಪ್ರತಿಭಟನೆ ನಡೆಯಲಿದೆ.
ಸೆಪ್ಟೆಂಬರ್ 2, 2024
ಬೆಂಗಳೂರು ಪ್ರೆಸ್ ಕ್ಲಬ್ ನಲ್ಲಿ ಇಂದು ಕರ್ನಾಟಕ ದಲಿತ ಸಂಘರ್ಷ ಸಮಿತಿ'ಯ ರಾಜ್ಯಾಧ್ಯಕ್ಷರಾದ...
2024 Hero Destini 125 First Ride Review: कैसा है नया हीरो डेस्टिनी 125, खरीदने का मन बना रहे हैं तो पढ़े लें ये खबर
हीरो मोटोकॉर्प की ओर से हाल में ही 125 सीसी सेगमेंट में अपने स्कूटर Hero Destini 125 को नए...