তিনিচুকীয়াৰ থানা চাৰিআলিত নিৰ্বাচনী বিষয়া, তিনিচুকীয়াৰ উদ্যোগত ফটোযুক্ত ভোটাৰ লগত আধাৰ লিংকৰ সন্দৰ্ভত এক সভাগতা অভিযান আয়োজন কৰে ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে নিৰ্বাচনী বিষয়া কংকনজ্যোতি শইকীয়াৰ লগতে কৰ্মচাৰীসকল। সজাগতা অভিযানৰ সময়ত বহুসংখ্যক লোকে নিজৰ ভোটাৰ আধাৰৰ লগত লিংক কৰাৰ লগতে সকলোকে আধাৰৰ লিংক কৰিবলৈ আহ্বান জনায়, যাৰ জৰিয়তে এখন সঠিক ভোটাৰ তালিকা প্ৰস্তুত কৰিবলৈ সক্ষম হ’ব ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গড়মুৰত মিছিং স্বায়ত্ব পৰিষদৰ এখন সভা অনুষ্ঠিত
গৰমুৰত মিছিং স্বায়ত্ব পৰিষদৰ এখন সভা অনুষ্ঠিত হয়।
दोन भावांची जोडी, Shiv Sena पुन्हा उभी करणार.. ? | Aditya Thackeray Uddhav Thackeray | Eknath Shinde
दोन भावांची जोडी, Shiv Sena पुन्हा उभी करणार.. ? | Aditya Thackeray Uddhav Thackeray | Eknath Shinde
બોટાદ જિલ્લા પોલીસ પરિવાર સુરક્ષાસેતુ દ્વારા યોગ દિવસ જાગૃતિ માટે બોટાદ થી સાળંગપુર સાઇકલ રેલી યોજી.
બોટાદ જિલ્લા પોલીસ પરિવાર સુરક્ષાસેતુ દ્વારા યોગ દિવસ જાગૃતિ માટે બોટાદ થી સાળંગપુર સાઇકલ રેલી યોજી.