শনিবাৰে শিক্ষা বিভাগে ঘোষণা কৰে এই বঁটা।

ঘিলামৰা বিদ্যায়তনিক ,সামাজিক আৰু ভাষা সাহিত্যৰ ক্ষেত্ৰ খনৰ এগৰাকী আত্মোৎসৰ্গি মহিলা অঞ্জনা কোঁচ।ঘিলামৰা মিলন নগৰৰ বাসিন্দা বৰদলনি শিক্ষা খণ্ডৰ অন্তৰ্গত ঘিলামৰাৰ আদৰ্শ নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়তি হিচাপে কৰ্মৰত এই গৰাকী অঞ্জনা কোঁচ।ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে শনিবাৰে ঘোষণা কৰে এই বঁটা।

এই শুভ সংবাদে এতিয়া সমগ্ৰ ঘিলামৰা বাসী ৰাইজকে উৎফুল্লিত কৰি তুলিছে।।