গোলাঘাটৰ অঁকা আলীৰ পথটি দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ পৰা বাবে বহু সমস্যাৰ সন্মুখীন হয় আহিছে স্থানীয় ৰাইজ। দীৰ্ঘদিন ধৰি আৰক্ষী তথা জিলা প্ৰশাসনক এই সম্পৰ্কে অৱগত কৰা হৈছিল যদিও কোনো ধৰনৰ উচিত ব্যবস্থা নোলোৱা পিছত আজি স্থানীয় ৰাইজে হাতে হাতে জাকৈ লৈ ৰাজপথত অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰি শীঘ্ৰেই পথটি মেৰামতি কৰাৰ দাবী জনায়। লগতে শীঘ্ৰেই এই ক্ষেত্ৰত কৰ্তৃপক্ষই যদি ব্যবস্থা নলয়। তেনেহলে এই পথচোৱা বন্ধ কৰিবলৈ বাধ্য হব স্থানীয় ৰাইজে বুলি হকিয়নি প্ৰদান কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মাজুলী জিলা ক্ৰিকেট সন্থাৰ বাৰ্ষিক সভা
মাজুলী জিলা ক্ৰিকেট সন্থাৰ বাৰ্ষিক সভা.
মাজুলী কমলাবাৰীৰ ক্ৰিকেট পেভিলিয়ানত গুৰুত্বপূৰ্ণ...
કાલવાણી ગામે સ્વામિનારાયણ મંદિર માં પ્રાણપ્રતિષ્ઠા મહોત્સવ સાથે પાસાચો પરમહંસ ધામ નું ઉદઘાટન પ્રસંગ યોજાયો
જૂનાગઢ જિલ્લા ના કેશોદ તાલુકા ના નાના એવા કાલવાણી ગામે ભગવાન શ્રી ના મંદિરે પૂજ્ય ઘનશાયમ...
জোনাইৰ একমাত্ৰ শিশু উদ্যান ডাম্পিং গ্ৰাউণ্ডলৈ পৰিবৰ্তনা অৱৰ্জনাৰে ভৰি পৰিছে মহকুমা শিশু উদ্যান
জোনাইৰ একমাত্ৰ শিশু উদ্যান ডাম্পিং গ্ৰাউণ্ডলৈ পৰিবৰ্তনা অৱৰ্জনাৰে ভৰি পৰিছে মহকুমা শিশু উদ্যান
ધ્રાંગધ્રામાં વણઝારા જવ પરિવાર દ્વારા નરેન્દ્રમોદીના 72 માં જન્મદિવસ નિમિત્તે ગાંધીનગર ખાતે વિવિધ
ધ્રાંગધ્રામાં વણઝારા જવ પરિવાર દ્વારા નરેન્દ્રમોદીના 72 માં જન્મદિવસ નિમિત્તે ગાંધીનગર ખાતે વિવિધ