আজি বাৰ্মিংহামত বক্সিং ৰিঙত নামিব লাভলীনা বৰগোহাঁই। কমনৱেলথ গেমছৰ দ্বিতীয় দিনাৰ খেলত ৰিঙত নামিব টকিঅ’ অলিম্পিক গেমছৰ ব্ৰঞ্জৰ পদক বিজয়ী অসমৰ লাভলীনা বৰগোঁহায়ে। আজি লাভলীনা বৰগোহাইয়ে মহিলাৰ ৬৬-৭০ কেজি শাখাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ খেলত নিউজিলেণ্ডৰ আৰাইন নিকলছনৰ বিৰুদ্ধে খেলিব। নিকলছনৰ বিৰুদ্ধে জয় হলে কোৱাৰ্টাৰ ফাইনেলত ২০১৮ চনৰ গণ্ড কষ্ট কমনৱেলথ গেমছৰ ৰূপৰ পদক বিজয়ী ৱেলছৰ ৰজি একলেছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। শুক্ৰবাৰে দুৰ্দান্ত প্ৰদৰ্শনেৰে পাকিস্তানৰ ছুলেমান বালটছক ৫-০ ব্যৱধানত পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰে অসমৰ শিৱ থাপাই। আজি স্কটলেন্ডৰ ৰেছি লাইনছৰ বিৰুদ্ধে খেলিব শিৱ থাপাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
તળાજાના કઠવા,માખણીયા સહિતના અનેક ગામોમાં જન્માષ્ટમી પર્વની રંગેચંગે ઉજવણી
તળાજાના કઠવા,માખણીયા સહિતના અનેક ગામોમાં જન્માષ્ટમી પર્વની રંગેચંગે ઉજવણી
Instagram पर जल्द मिलेगा ये नया धांसू फीचर, एक क्लिक से छोटे ग्रुप में शेयर कर सकेंगे इंस्टा स्टोरी
Instagram Stories New Feature इंस्टाग्राम के प्रमुख एडम मोसेरी ने ऐप के चैनल के जरिए नए फीचर की...
মাজুলী ৰতনপূৰ লাহনত ৰাস
মাজুলী ৰতনপূৰ লাহনত ৰাস. ।ৰাস পুৰ্ণিমা আগতেই চাওঁ আহক মাজুলী ৰাস।
Telangana में सिंगरेनी कोल माइंस में कर्मचारियों से मिले Rahul Gandhi, Video में देखिए क्या बात हुई
Telangana में सिंगरेनी कोल माइंस में कर्मचारियों से मिले Rahul Gandhi, Video में देखिए क्या बात हुई
Delhi Ordinance Bill: Delhi Ordinance Bill पर Lalan Singh ने दिया बड़ा बयान?| Breaking News |TOP News
Delhi Ordinance Bill: Delhi Ordinance Bill पर Lalan Singh ने दिया बड़ा बयान?| Breaking News |TOP News