বিদ্যাঞ্জলী আঁচনি আৰু বিদ্যালয় বন্ধ কৰাকলৈ মন্ত্ৰী যোগেন মহনৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। বিদ্যাঞ্জলী হ'ল- জ্ঞাননঞ্জলী । বিদ্বানলোকে জ্ঞান দান দিব লাগে। অৰ্থবানলোকে অৰ্থ দান দিব লাগে নিজে শিক্ষা গ্ৰহণ কৰি অহা বিদ্যালয়সমূহত।আনহাতে বিদ্যালয়ৰ বন্ধ কৰাকলৈ মন্ত্ৰী গৰাকীয়ে কয়-আজি কালি সকলোৱে চৰকাৰী বিদ্যালয়ত নিজৰ সন্তানক নপঢ়াই ব্যক্তিগত বিদ্যালয়ত পঢ়ায় নিজা সন্তানক । গতিকে চৰকাৰী গ্ৰামাঞ্চলৰ প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা নাইকীয়া হৈছে।গতিকে ছাত্ৰ-ছাত্ৰী নথকা বিদ্যালয় বন্ধ কৰি আন বিদ্যালয়ৰ লগত একত্রিকৰণ কৰিব।যদি বন্ধ কৰা বিদ্যালয় সমূহৰ ছাত্ৰ- ছাত্ৰী সংখ্যা বৃদ্ধি কৰিলে পুনৰ বিদ্যালয়সমূহৰ মুকলি কৰিব। যোৱা ৩ ছেপ্টেম্বৰত টিংখাং মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সামৰণি অনুষ্ঠানত অংশ গ্ৰহণ কৰা পাছত সাংবাদিকৰ প্ৰশ্ন উত্তৰত এই মন্তব্য কৰে।
ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा
ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं