আজি বাৰ্মিংহামত বক্সিং ৰিঙত নামিব লাভলীনা বৰগোহাঁই। কমনৱেলথ গেমছৰ দ্বিতীয় দিনাৰ খেলত ৰিঙত নামিব টকিঅ’ অলিম্পিক গেমছৰ ব্ৰঞ্জৰ পদক বিজয়ী অসমৰ লাভলীনা বৰগোঁহায়ে। আজি লাভলীনা বৰগোহাইয়ে মহিলাৰ ৬৬-৭০ কেজি শাখাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ খেলত নিউজিলেণ্ডৰ আৰাইন নিকলছনৰ বিৰুদ্ধে খেলিব। নিকলছনৰ বিৰুদ্ধে জয় হলে কোৱাৰ্টাৰ ফাইনেলত ২০১৮ চনৰ গণ্ড কষ্ট কমনৱেলথ গেমছৰ ৰূপৰ পদক বিজয়ী ৱেলছৰ ৰজি একলেছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। শুক্ৰবাৰে দুৰ্দান্ত প্ৰদৰ্শনেৰে পাকিস্তানৰ ছুলেমান বালটছক ৫-০ ব্যৱধানত পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰে অসমৰ শিৱ থাপাই। আজি স্কটলেন্ডৰ ৰেছি লাইনছৰ বিৰুদ্ধে খেলিব শিৱ থাপাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
एका महिन्यात ४३ लाख ४२ हजार दंड वसूल; वाहतूक शाखेची कारवाई
रत्नागिरी : वाहतुकीच्या नियमांचे उल्लंघन करणाऱ्या जिल्ह्यातील वाहनधारकांना जिल्हा वाहतूक शाखेने...
રાજકોટના ગેમઝોનમાં સંડોવાયેલા આરોપીને પોલીસે ઝડપ્યો
બનાસકાંઠા જિલ્લા એલસીબી પોલીસે રાજકોટ ગેમઝોનમાં સર્જાયેલા અગ્નિકાંડની ઘટનામાં સંડોવાયેલા આરોપીને...
Breaking News: Israel-Palestine के बीच जंग जारी | Israel Vs Palestine Fighting | Mahmoud Abbas
Breaking News: Israel-Palestine के बीच जंग जारी | Israel Vs Palestine Fighting | Mahmoud Abbas
बाणगंगा पुराने मुक्तिधाम में आया मगरमच्छ, रेस्क्यू टीम ने जेतसागर में छोड़ा
बून्दी। जेत सागर क्षेत्र के बाणगंगा पुराने मुक्तिधाम में सोमवार सुबह मगरमच्छ आ गया।...
अभी बुक करोगे तो अगले साल मिल पाएगी! नहीं घट रहा Mahindra Thar का वेटिंग पीरियड
बढ़ती हुई मांग को पूरा करने के लिए घरेलू वाहन निर्माता ने अपना प्रोडक्शन बढ़ा दिया है जिसकी वजह...