অহা ২৭ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰলৈ ধেমাজিত অনুষ্ঠিত হ'ব ৪৪ সংখ্যক সদৌ অসম পদ্মনাথ গোহাঞি বৰুৱা সোঁৱৰণী একাংক নাট প্ৰতিযোগিতা ৷ ৰাজ্যৰ অন্যতম জনপ্ৰিয় একাংক নাট প্ৰতিযোগিতাখনিৰ উদযাপন সমিতিৰ এখনি গুৰুত্বপূৰ্ণ বৈঠক কালি ধেমাজি বালিকা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত উদযাপন সমিতিৰ সভাপতি দেৱজিত দাসৰ সভাপতিত্বত অনুষ্ঠিত হয় ৷ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি মনোজ গগৈ , সম্পাদক মনোজ লানচনে আঁতধৰা সভাখনিত ঘাইকৈ প্ৰতিযোগিতাখনিত প্ৰথমবাৰৰ বাবে শিশু নাট প্ৰতিযোগিতা অন্তৰ্ভুক্ত কৰাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে " প্ৰতিষ্ঠাপক সভাপতি নৰেন্দ্ৰ গোহাঁই স্মাৰক বক্তৃতা " আয়োজনৰ সল্দৰ্ভত প্ৰস্তাৱ লোৱা হয় ৷ সভাত কেইবাখনো উপসমিতি গঠন কৰা হয় ৷ উল্লেখযোগ্য যে গাম্ভীৰ্যপূৰ্ণ সভাখনিত স্হায়ী সমিতিৰ সভাপতি ডক্টৰ বুদ্ধিন্দ্ৰ বৰুৱা , সম্পাদক জ্যোতিষ কোঁচৰ লগতে প্ৰায় কুৰিগৰাকী বিষয়ববীয়া _ সদস্যই অংশ লয় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अभिनव लॉन येथे दहीहंडी कार्यक्रम सोहळा संपन्न
श्रीकृष्ण जन्माष्टमी व विश्व हिंदु हिंदू परिषदत स्थापना दिनानिमित्त विश्व हिंदु परिषद,बजरंग दल...
Bajaj Finance Q2 Result Impact | क्या इस तिमाही में नजर आई ग्रोथ, आकंड़ों से कितना खुश हुआ बाजार?
Bajaj Finance Q2 Result Impact | क्या इस तिमाही में नजर आई ग्रोथ, आकंड़ों से कितना खुश हुआ बाजार?
સંદેશ વિશેષ : સાચું 'ધન ' - 9.45 PM -02-09-2022 @Sandesh News
સંદેશ વિશેષ : સાચું 'ધન ' - 9.45 PM -02-09-2022 @Sandesh News
જાફરાબાદના નવી જીકાદ્રી ગામે પાંચ વર્ષના બાળકને સિંહણે ફાડી ખાધુ
બેકીંગ, અમરેલી....
જાફરાબાદ....
જાફરાબાદના જીકાદ્રી ગામે નરભક્ષી સિંહણનો...
Tata Tech के IPO से Tata Motors शेयरधारकों की बल्ले-बल्ले
Tata Tech के IPO से Tata Motors शेयरधारकों की बल्ले-बल्ले