অসমৰ অন্যতম প্রধান জনগোষ্ঠী হ'ল টাই আহোম সকল । কিন্তু শেহতীয়াকৈ টাই আহোম সকলক উদ্দেশ্যি একাংশ দুষ্টচক্রই কটু মন্তব্য দি থকা পৰিলক্ষিত হৈছে । আনহাতে কালিও এটা সমদলত আহোম জাতি মুৰ্দাবাদ ধ্বনি দিয়াৰ অভিযোগ উত্থাপন হৈছে । ইয়াৰ পৰিপ্ৰেক্ষিতত প্রতিক্রিয়া প্রকাশ কৰিছে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ চৰাইদেউ মহকুমা সমিতিয়ে । এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আটাছু চৰাইদেউ মহকুমা সমিতিৰ সাধাৰণ সম্পাদক অলস প্রতীম সন্দিকৈয়ে এই কার্যত তীব্ৰ গৰিহণা প্ৰদান কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
কঞাঁ যুৱক সংঘত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন ।
আজি সমগ্ৰ দেশে উদযাপন কৰিছে স্বাধীনতা দিৱস তাৰ সমান্তৰালকৈ হাজো সমষ্টিৰ কঞাঁ যুৱক সংঘই উদযাপন...
ಆನ್ ಲೈನ್ ಗೇಮಿಂಗ್ ಕಡಿವಾಣಕ್ಕೆ ಕ್ರಮ : ಸಚಿವ ದಿನೇಶ್ ಗುಂಡೂರಾವ್
ಆನ್ ಲೈನ್ ಗೇಮಿಂಗ್ ಕಡಿವಾಣಕ್ಕೆ ಕ್ರಮ: ಸಚಿವ
ದಿನೇಶ್ ಗುಂಡೂರಾವ್
ಬೆಂಗಳೂರು : ಆನ್ ಲೈನ್ ಗೇಮಿಂಗ್ ಆ್ಯಪ್...
নাজিৰাত নিউজ হাণ্টৰ শুভ উদ্বোধন
নাজিৰা এম চি ক্লাৱত অসমৰ ডিজিটেল সংবাদ জগতত নৱতম সংযোজন নিউজ হাণ্ট (NEWSHUNT) ৰ শুভ উদ্বোধন কৰা...
પ્રથમવાર મતદાર બનેલા યુવાનોને મતદાન અંગે સમજણ અપાઈ
પ્રથમવાર મતદાર બનેલા યુવાનોને મતદાન અંગે સમજણ અપાઈ
Cong. maligning constitutional office of ECI by spreading canard about EVMs : Chugh
BJP national general secretary Tarun chugh today said the Opposition, particularly the Congress,...