মৰাণ নগৰ মণ্ডলৰ বুথ নং ৩৮ ত অনুষ্ঠিত হোৱা মন কী বাত অনুষ্ঠানত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন

চৰাইদেউ জিলাৰ মৰাণ নগৰ মণ্ডলৰ বুথ নং ৩৮ ত অনুষ্ঠিত হোৱা মন কী বাত অনুষ্ঠানত উপস্থিত থাকে ৩৮ নং বুথৰ সভানেত্রী অনিতা দত্ত, মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ সন্মানীয় কেবিনেট মন্ত্ৰী যোগেন মহন দেৱ আৰু লগতে উপস্থিত থাকে মন্ত্ৰী মহোদয়ৰ সহধৰ্মিণী তথা অসম ৰাজ্যিক সমিতিৰ মহিলা মর্চাৰ কাৰ্যনিবাহক সদস্যা অলী মহন, মৰাণ পৌৰসভাৰ পৌৰপতি, উপ-পৌৰপতি, ৩৮ নং বুথৰ বিষয় ববীয়া সকল তথা শ্রদ্ধাৰ ৰাইজ।