[04/09, 7:52 am] Hem C: ছিপাঝাৰ

 ছিপাঝাৰৰ বৰদৌলগুৰিত ৰাষ্ট্ৰীয় ঘাইপথত দূৰ্ঘটনা ॥

 ৰাতিপুৱা ৬ বজাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দূৰ্ঘটনা ॥

 ডাম্পাৰ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ ॥

 দুজন গুৰুতৰভাৱে আহত ॥

 এজনক অতি সংকটজনক অৱস্থাত জি এম চি এইছ লৈ প্ৰেৰন ॥

 সংকটজনক অৱস্থাত প্ৰেৰন কৰা ট্ৰাকৰ ড্ৰাইভাৰজন সঞ্জয় ৰয় বুলি চিনাক্ত ॥

 আহত আনজন ডাইভাৰ চফিকুল ইছলামক মঙলদৈ চিভিল হাস্পতাললৈ প্ৰেৰন ॥

 ট্ৰাকখনৰ নম্বৰ As12SC 2572 আৰু ড্ৰাম্পাৰখনৰ নম্বৰ AS01 jC 2898