উত্তৰ গায়ন গাঁও প্ৰাথমিক বিদ্যালয়ৰ শণিবৰীয়া চ'ৰাৰ কেইটামান ভাল লগা মুহূৰ্ত

উজনি মাজুলীৰ এই প্ৰাথমিক বিদ্যালয় খনৰ কন কন শিশু সকলক দেশৰ ধৰনি হিচাপে গঢ়ি তুলিবলৈ শিক্ষক সকলে চলোৱা প্ৰয়াস শলাগিবলগীয়া 

নিতৌ শৰীৰ চৰ্চাই পুলকিত কৰে সকলোকে